পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। Wy9 - ডাঙৰ ডাঙৰ চৌধাৰীসকলৰ গাত আগৰ দৰে দেৱানী, ফৌজদাৰী বিচাৰ আৰু পুলিচৰ ক্ষমতা পোনতে ৰাখে; কিন্তু কিছু দিন পাচত এই ক্ষমতা গুচাই কেৱল ৰাজহ আদায় কৰা কামহে দিয়ে। এই সময়তে পুলিচ থানাৰ সৃষ্টি হয়। “ৰৌলট কালেক্টৰ চাহাবৰ দিনত ঠাকুৰীয়া, কাকতী বিষয়টিও গুচালে। ইটিনায়ত কালেক্টৰ চাহাবৰ আমোলত পৰগনাবোক মৌজা, আৰু চৌধাৰীবোৰক মৌজাদাৰ নাম দিলে। পাটোৱাৰী বিষয়টিও গুচাই মাজাৰ ভিতৰত ১২৩৪৫৬ জনকৈ মণ্ডল পাতিলে।” (কামৰূপ পুৰাবৃত্ত।) ৫। বিষয়াসকলৰ অৱস্থা আৰু জ্ঞান—আহোম ৰাজত্বৰ শেষ সময়লৈকে দৰঙ্গ-কামৰূপৰ সকলো কায়স্থৰ যথেষ্ঠ ভূ-সম্পত্তি আছিল। আহোম ৰাজত্বত যিসকল কায়স্থই বিষয় নাপাইছিল সেইসকলে ৰজাঘৰৰপৰা “মানমাটি” (ভাঙ্গা বিষয়ক জীৱিকাৰ নিমিত্তে দিয়া ভূমি) পাইছিল। বৃটিচ আমোত যিবিলাকে পূৰ্বৰ ৰাজদত্ত ফলি আৰু পেৰাকাকত দেখুৱাইছিল সেইবিলাকৰ ভূমি বহাল কৰিছিল, যাৰ কলি-কাকত হেৰাইছিল সেইসকল উক্ত ভূমিৰপৰা বঞ্চিত হৈছিল। এইদৰে ফলি হেৰোৱ বংশৰ সংখ্যাই সবই। ক্ষেত্ৰীৰ নাৰায়ণ গোমস্তাৰ বংশত কোচ আৰু আহোম ৰাজাৰ দিনত কেইবাজনেও “বিষয়।”, “বুজৰবৰুৱা”, “মজুমদাৰ”, “চৌধাৰ।” আদি বিয়ষ খাইছিল কিন্তু দুখৰ বিষ সিবিলাকৰ ৰাজদত্ত তামৰ ফলি-পেৰাকাকত আদি সময় মতে দেখুৱাব নোৱাৰাত বেচি ভাগ বাদও ভূমিৰপৰা বঞ্চিত হৈছে। উত্তমনাৰায়ণ নিজে জমিদাৰ আছিল (বৰনগৰী বৰুৱাবংশ), (তেওঁৰ বংশত জৰবৰুৱা, দুবৰীয়া বৰুৱা (দুৱাৰ ৰাজা), চৌধাৰী আদি হৈছিল; এওঁৰ বংশতে বিখ্যাত চণ্ডীৰৰ বৰুবা জন্মিছিল কিন্তু সিবিলাকৰ বংশধৰসকল ৰাজদত্ত ভূমিৰপৰা সম্পূৰ্ণ বঞ্চিত। বৃটিচ আমোললৈকে কাষস্থসকল সম্পত্তিশালী হৈ থাকাৰ প্ৰমাণ পোৱা যায়; কিয়নো বৃটিচৰ দিনত যদিও পূৰ্ব ৰাজদত্ত ভূমিৰপৰা কিছুমান কাযৎ বঞ্চিত হৈছিল তথাপি আজিও শতকৰা প্ৰায় নব্বৈঘৰ ক যিস্থৰ ৰাজদত্ত ভূমিৰ চিন বৰ্তমান সমযলৈকে অলপ অলপ আছে। বিষয়াসকলক দিয়া নানকাৰ ভূমিবোৰ বৃটিচ আমোল ত নিস্পিখেৰাজত পৰিণত; আনকি যিবোৰ পূৰৱৰ্তী ৰাজসকলে ধাৰ্থে উৎসৰ্গ কৰি নিস্কৰকৈ দিছিল সেইবোৰে। বুটিচে দখল অনুসাৰেহে বজাই 'খি তাকে নিশিখেৰাজ (অৰ্ধ খাজানাৰ ভূমি) কৰে। বৃটিচে নানকাৰ আৰু ধৰ্মোৰ এই ব্যৱস্থা কৰাত জানাৰ বাবে কিছুমা ভূমি হস্তান্তৰিত হয়, কিছুমান ভূমি কিছুমান বংশধৰে অভাৱত পৰি বিক্ৰী কৰে। এইদৰে ব্ৰাহ্মণেতৰ জাতিৰ নানকাৰ, ধৰ্মান্তৰ আৰু প্ৰাহ্মণৰ ধৰ্গোত্তৰৰ পৰিমাণ দিন দিন মি গৈছে আৰু তাৰ ফলত এইবিলাক মানুহৰ অৱস্থাও বেয়া হৈ আহিছে। প্ৰাচীন কালৰ কায়স্থসকলে ভালদৰে লিখা-পঢ়া জানিছিল; এওঁলোকৰ কিছুমানে সংস্কৃত ভালদৰে

  • কিছিল—কিছুমানে ভাগৱত-গীতা আদিৰ ব্যাখ্যা কৰিব পাৰিছিল। বৰ্তমানেও দুই এজনে পাৰে।

কাষসকলে প্ৰাদেশিক ভাষাৰ আলোচনা কৰিছিল। তেওঁলোকে বহুতে ঘৰত বহি বিনা বেতনে চৰৰ সকলো জাতিৰ লোকৰ লৰাক সেই লিখা-পঢ়া শিকাইছিল। কায়স্থে শিকোৱা বাবে এই বিদ্যাক ইথেলী” বুলিছিল। কায়স্থৰ লৰাবিলাকে বিশেষকৈ জমি-জমাৰ হিচাব ৰাখিবলৈ শিক্ষা কৰিছিল— কি মজুমদাৰী: শিক্ষা বুলিছিল; কোনো কোনোৱে “কায়স্থিকা” বৃত্তিও বুলিছিল। আন কি প্ৰভু ‘শঙ্কৰদেৱেও নিজ পুত্ৰ ৰমানন্দ ঠাকুৰক চক্ৰপাণি মজুমদাৰৰ দ্বাৰা এই বিদ্যা শিক্ষা দিয়াইছিল। কায়স্থ