সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ মনোৰখ সিদ্ধি তৈলা মহাশয়। শুনি আছছা তোমাৰ অনয় নাহিক। বুলিলে নিশ্চয় কৰি হোক দিলে বৰ। অহা পৰাক্ৰমী পুত্ৰ হৈবে বংশধৰ৭৪ এহি বুলি ৰাজা চলি গৈলা নিজ খ। শুনিয়োক কথা আৰে আত অনন্ত। বৰ পায়া চণ্ডীৰৰ গৃহক গৈলন্ত। সেহিবেলা ভাৰ্যাৰ যে ঋতু মিলিগন্ত।৭৫ সন্ধ্যা নামে ভাৰ্য্যা তাৰ মহা পদ্ধমতী। সৰ্বদায়ে কৰে তেহে বিষ্ণু ভকতি। ভাদ্ৰ মাস শুক্লা যে দ্বাদশী তিথি তৈলা। সেহিবে চণ্ডীবৰ ডান পাশে গৈলা ৭৬ উদয় মাসৰ পাঞ্চদিন বহি গৈল। তেৰে ৰাধৰ পুত্ৰ চণ্ডীবৰে পাইল। হেন দেণি চণ্ডীব ভৈলা মন। ব্ৰাহ্মণবক আনি দিলা বহুধন।৭৭ সপ্তম বৰিষ যেৰে গৈল তান বহি। মহা ভোগ ভুতি আহে তথা ৰহি। সৌড়ে-কামেশ্বৰৰ যুৱ আৰু মিত্ৰতা হেন সময়ত পাচে তৈলা দিন মন। গৌড়েশৰে কাষেৰে লাগিলে ৭৮