সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এস , এষকাশকৰদেৱৰ বংশালী ইসব কৰাক আবে এহিমানে ওঁ। শুনা শৰৰ বংশ সাৱধানে ক ২ তাসৰ উৰ্দ বংশে যত আছিল। সময় গহন আতি পণ্ডিত মহন্ত। ঈশ্বৰৰ অংশে আসি সবেয়ো জন্মিলা। বাদ কৰি বহুপ্ৰি পণ্ডিত জিনিলা ২১ অগ্নি দণ্ডাদেৱ চশে ভৈলা চণ্ডীবৰ। বৰুণ জয়ন্ত কৈলে বায়ু ৰাজথৰ। কুবেৰৰ শক্তি হলায়ুধ আসিলন্ত॥২২ দেৱতা বুলিয়া তাসক মুজিব। বিষ্ণুৰেসে অংশ বুলি মনত ধৰিবা। গত কাৰণ হৰি যাতে অৱতাৰ। ভক্তি প্ৰচাৰিয় লোকে কৰি নিস্তাৰ॥২৩ ছদ্মপ ধৰি হৰি ৰাতো আসিল। সিকাৰণে দেয়অংশ বুলি কহিলন্ত। বংশসকলক ছল্প কৰিয়া আনিল। আপুনি কাৰকুলে জন্মক ধৰিলা ২৪ ৰাধৰ নন্দন ভৈলক নৰহৰি। হিমিদেৰ সিটে নামৰি।