সমললৈ যাওক

পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকৃষ্ণায় নমঃ


গুণ-মালা

ঘোষা

ৰাম নিৰঞ্জন।  পাতক ভঞ্জন॥

পদ

নমো নাৰায়ণ
ভকত তাৰণ
তুমি নিৰঞ্জন
দানৱ গঞ্জন
বেদান্ত গায়ক
জগত নায়ক
ভকতৰ ঋদ্ধি
বিধাতাৰো বিধি
ভকতি ৰোচন
পাতক মোচন

   

সংসাৰ কাৰণ।
তোহ্মাৰ চৰণ॥
পাতক ভঞ্জন।
গোপিকা ৰঞ্জন॥
বংশী বায়ক।
মুকুতি দায়ক॥
কৰা সৰ্ব্ব সিদ্ধি।
দীন দায়ানিধি॥
দুখ সঙ্কোচন।
কমল লোচন॥