দোআৰাই একে বাৰে লুট কৰাত বিনাস হৈ গল। আৰু সেই নাস কৰোঁতা মানুহৰ মনত দেস জই কৰিবৰ নিমিতে জি বায়ু ৰূপ ইচা জনমিচিল, সেই ইচা মহমদৰ মত থাপন অৰ্থাত ধৰম থাপন কৰিবৰ বাঞ্চাৰ দোআৰাই বাৰ্হি গল। তেৱে জিজি প্ৰকাৰে লুট কৰা বস্তু সাঁচিলে, সেই কথা পৰ্হিলে কোনো বিস্বাস নকৰিব। জদি কোনোএ এই কথাত সংসই কবে, তথাপি সিবিলাকে মনত ভাবি দেখোক, বহু কালৰে পৰা এই ভাৰতবৰ্সৰ বহুমুল্য বেপাৰৰ সকলো বস্তু প্ৰিথিবিৰ মান অনি দেশলৈ গৈচে, আৰু এই ভাৰতবৰ লোকবিলাকৰ স্বভাৱৰ দৰে জাপোন দেসত উতপন হোআ বস্তুৰ সলনি সেই সেই দেসব পৰা আন কোনো বস্তু, ভাৰত- বলৈ অহা নাই। সেই নিমিতে প্ৰিথিবিৰ অধিক ভাগৰ ধন আনেক কালৰে পৰা এই ভাৰতবৰ উদৰত সঁচা হৈ আচিল, আৰু ভাৰতৰসৰ কুসল গুচাই তাৰ সকলো সম্পতি হবি নিবলৈ মহমদৰ আগেয়ে এনে কোনো জুধে হোৱা নাই- কিচিল।
চবুক্তগিনৰ ইস্মাএল আৰু মহমদ, এই দুই পুতেক আচিল। ইস্মাএলৰ অতি ম্ৰিদু আৰু প্ৰসন স্বভাব হেআৰ কাৰনে তেওঁব বাপেকে জি ৰাজ্য জই কৰি পাতিলে, কেৱল সেই ৰাজ্যকেহে সাসন কৰি ৰাখিবলৈ তেওঁৰ সক্তি আচিল; তথাপি তেওঁৰ ভায়েক মহমদ আপোন দেসলৈ ঘুৰি নহালৈকে তেওঁ জেন সিংহাসনত বহি ৰজা হব পাৰিব, এনে আসা কৰি আপোন বাপেকৰ মনত উচাহ জনমালে। তাতে ইস্মাইল বলখ নগৰৰ ৰজা হল। পাচে তেওঁ ৰাজসিংহাসনত উঠি তাক পুনৰাই এৰি দিবলৈ ইচা নকৰিলে, কিন্তু আপোনাৰ ভায়েকৰ লগত জুধ কৰিবলৈ জুগুত হল; সেই সময়ত তেওঁৰ ভাই মহমদ আপোন ৰাজ্যৰ পৰা দুৰৈ প্ৰদেসত আচিল। মহমদে ৰাজ্যৰ সলনি তেওঁৰ এক প্ৰদেস খোচান ৰাজ্য আপোন ভায়েকক নিচইকৈ দিবলৈ স্বিকাৰ কৰিচিল, কিন্তু ইস্মাইলে ৰন কৰি আপোন ৰাজ সাসন লবলৈ উদ্যুগ কৰিলে, আৰু ৰাজ গোলা মেলি অনেক ধন উলিয়াই আপোনাৰ সৈন্য বিলাকক দান কৰিলে। এনে সময়তে মহমদ সৈন্য সৈতে উভতি আহিবলৈ ধৰিলে; পাচে আহিলত দুয়ো ভায়েকৰ মাজত মহা জুধ লাগিল, তাতে অনেক প্ৰানি নষ্ট কৰা হল। সেসত ইস্মাএল পৰাজই হলত, ৰণ কৰিবলৈ আৰম্ভন নৌ কৰোঁতেই জি লোৰ পিঞ্জৰ সাজি মহমদ ভায়েকক তাৰ