সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

ভাগৱত। ৪১৭ যেন মূঢ় জনে অমৃতক ত্যজি | যাচি মৰে বিষ খায়। হৰি হৰি সিতে। সেহি নয় ভৈল আত্মঘাতী সমুদায়॥ সকল প্ৰকাৰে মই তযু দাস | তুমি সে প্ৰভু ঈশ্বৰ।। তোমাকেসে চিন্তে। তযু নাম বিনা নজানো ধৰ্ম্ম অপৰ। ব্ৰহ্মাও সদায়। তোমাৰেসে দাস নজানন্ত দেৱ আন। তোমাকেসে যিতো। | শুদ্ধমনে ভজে | দেৱত তুমি প্ৰধান। ভজনীয় দেৱ তুমিসে শাশ্বত জানিয়া কৰো প্ৰণতি। সৰ্বক্ষণে মোৰ তোমাৰ চৰণে বাঢ়োক প্ৰেম ভকতি। তোমাৰ সদৃশ নাহিক পন্ন ভজিবাক দেৱ আন। দুস্তৰ সংসাৰ তৰণ এতেকে ভজোহে। তযু চৰণে॥ ইতো বাণাসুৰ | মোৰ তালুচৰ প্ৰিয়তৰ অতিশয়।। ইহাক অভয় দিয়া আছে মই জানিয়োক কৃপাময়। হেন জানি আক। | প্ৰাণে নমাৰিয়ে। কৰিয়ে মোকে সদয়। দিলাহা প্ৰসাদ প্ৰহ্লাদক যেন আকো দিয়া সেহি নয়। ৫৩