এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩ . অসমীয়া সাহিত্যৰ চানেকি | ৯৮। দিনৰে চিকণ পূৱাৰে বেলিটি
- ৰাতিৰ চিকণ জোন।
. তাতোকৈ চিকণ মোৰ ঐ লাহৰি | যেনে পূৰ্ণিমাহৰ জোন। ৯৯। লাহি কাপোৰৰ পাহি ঐ মইন লাহি কাপোৰৰ পাহি। বুকত দিয়ে গলি: জলা জুই একুড়া মুখত দিয়ে গলি হাঁহি। ১০০। চাউলৰ চিকণ। | খুদ ঐ লাহৰি চাউলৰ চিকণ ধুদ। ডেকাৰে চিৰুণ ভৰিৰ কলাফুল গাভৰুৰ চিকণে দুদ। , c , () {0}CE
- %
- {{
{1; Y
C
LiAY - -