পৃষ্ঠা:অঙ্কুৰ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উছৰ্গা। এই ক্ষুদ্ৰ কবিতা মালাধাৰী নগাওঁ গভৰ্ণমেন্ট হাইস্কুলৰ হেড্‌মাষ্টৰ শ্ৰীযুত ৰামেশ্বৰ বৰুৱা বি-এ, বি-টি, মহাশয়ৰ কৰ কমলত, অভাজন ছাত্ৰৰ আন্তৰিক ভক্তি ও শ্ৰদ্ধাৰ চিন স্বৰূপে অৰ্পণ কৰা হ'ল। 'ৰচক "