সাঁচ বাৰ্তা:নতুন লেখা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

নতুন লেখা[সম্পাদনা কৰক]

মোৰ বোধেৰে নতুন লেখা শিতানত কেৱল শেহতিয়াকৈ মুদ্ৰণ সংশোধন সম্পূৰ্ণ হোৱা বা বৈধিকৰণ সম্পূৰ্ণ হোৱে গ্ৰন্থসমূহকহে অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো এই শিতানটো পাঠকৰ বাবেহে, ৱিকিউৎসৰ সদস্য বা বৰঙণিদাতাসমূহৰ বাবে নহয়। পাঠকসকলে মুদ্ৰণ সংশোধন বা বৈধিকৰণ নোহোৱা গ্ৰন্থসমূহ পঢ়িব নোৱাৰিব। আৰু লিঙ্কটো সূচীলৈ নিদি মূল নামস্থানৰ লেখাটোলৈ দিলে ভাল। পাঠকে সূচী কি বস্তু সেয়া বুজি নাপাবও পাৰে। আন ভাষাৰ ৱিকিছৰ্চটো এনেকৈয়ে কৰিছে। Gitartha.bordoloi: চাবচোন। --SlowPhoton (talk) ১৯:৪৫, ১২ May ২০২০ (IST)

হয় নেকি? আগতে বেলেগত কাম কৰিবলগীয়া কিতাপবোৰৰ তালিকা কৰি থোৱা দেখিছিলোঁ। নতুন লেখা আৰু সহযোগিতাৰ তালিকা দুখন একে হৈ আছিল বাবে সলাই দিলোঁ। কৰি দিয়া তেন্তে। Gitartha.bordoloi (talk) ২১:২১, ১২ May ২০২০ (IST)