সদস্য বাৰ্তা:Boranitul/লভিতা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা

কোনোবা এজনে পাৰিলে মোক, গাওঁবুঢ়া নাটখনৰ সোঁফালে থকাৰ দৰে প্ৰতিটো অঙ্কৰ দৃশ্যবোৰৰ এটা লিংক তৈয়াৰ কৰি দিব। মই সেইটো সাজিব পৰা নাই। --Boranitul (talk) ০০:৫৬, ২৮ জুলাই ২০১৪ (IST)উত্তৰ দিয়ক

কৰিলোঁ। Gitartha.bordoloi (talk) ১২:৪৫, ৩১ জুলাই ২০১৪ (IST)উত্তৰ দিয়ক