যৌন-তত্ত্ব

ৱিকিউৎসৰ পৰা
[ প্ৰথম পৃষ্ঠা ]
 

যৌন-তত্ত্ব

 

[ ভূমিকা ]

ভুবনবিদিতমাসীদ্ যচ্চৰিত্ৰং বিচিত্ৰ,
সহ যুৱতিসহস্ৰৈঃ ক্ৰীড়তো নন্দসুনো
তদখিলমবলম্ব্য স্বাদু শৃঙ্গাৰকাব্যং
ৰচয়িতুমনসো মে সাৰদাস্তু প্ৰসন্না॥


॥ উচৰ্গা ॥

 যিসকলে যৌন আকৰ্ষণৰ অদম্য উদ্দীপনাত সঙ্গ বিচাৰিছে, যিসকলে সেই প্ৰেৰণাৰ ফলত আজি অন্তৰৰ হিয়াভগা অসীম বেদনা অন্তৰত লুকাই থৈ ডেই পুৰি মৰিছে, যিসকলে প্ৰণয়ৰ আতিশয্যত অমৃত বিচাৰোঁতে হলাহল পাইছে, সেইসকলৰ প্ৰতি অন্তৰৰ অকৃত্ৰিম সহানভূতিৰ চিন স্বৰূপে এই পুথিখনি তেওঁলোকেৰ উদ্দেশ্যে উচৰ্গা কৰিলোঁ।


ন-দিল্লী
১০।১২।৩৩

শ্ৰীতৰুণৰাম ফুকন

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )