যোজনা

ৱিকিউৎসৰ পৰা

১. "ছলচাই কঠীয়া পাৰিবা কলিয়া বতাহত নিসিঁচিবা ধান। সমনীয়াৰ আগত ফালি কথা নক'বা ই কথা পাবলৈ টান।।"

২. "ঘৰতো নবহে মন সমনীয়া পথাৰতো নবহে মন। কমোৱা তুলাবোৰ যেনেকৈ উৰিছে, তেনেকৈ উৰিবৰ মন।।"