সকলোবোৰ ৰাজহুৱা সূচী
ৱিকিউৎস সকলো ল’গৰ সন্মিলিত প্ৰদৰ্শন । আপুনি ল’গৰ প্ৰকাৰ, সদস্যৰ নাম বা পৃষ্ঠাটোৰ নাম নিৰ্বাচন কৰি প্ৰদৰ্শনটোৰ আকাৰ সৰু কৰিব পাৰে ।
- ১১:৩৮, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/২১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৯২৩ জীৱন বেলিটি স্মৃতি মাত্ৰ ৰল অঙ্কুৰ। লাহে লাহে ডুবি পৰিল সন্ধ্যা বেলাত, নশ্বৰ দেহাৰ (শেষ) আজি কালৰ গৰ্ভত। নগাওঁ (বৰ্ডিং) বসন্ত। * আজি সন্ধ্যাকালে নব অনুৰাগে শুৱন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৮, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/২০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অঙ্কুৰ। কোমল হিয়াত বতাহৰ বাতে নোৱাৰা সহিব আলশুৱা দেহ তালপো কঠিন ভাৰ, তেনে হয় চুৰমাৰ। “দেখি!” আজি কিয় হায়, আছিলা এদিন এনে শৰীৰৰ দেখো মাটিত শয়ন,— সকালো জনৰ জীৱন অ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৮, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অঙ্কুৰ। সুৱগী বিহুগী ডালে ডালে পৰি সুললিত গীতি গাই, সঙ্গীতৰ চেৱে হালি জালি নাচা হিয়াতলি উদঙ্গাই ধীৰ সমিৰণ ধীৰে ধয়বীৰে। তোমাৰে সৌৰভ লই, তাপিত প্ৰাণত শান্তনা বিলা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৮, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বসন্ত আহিলে অঙ্কুৰ। জক্ মক্ কৰি সৌৰভ সফুৰা মেলি, গুপুত ভাবেৰে জনোৱা প্ৰকৃতি হিয়াৰ আবেগ খুলি। দিব্য আভৰণ বিৰহী জনক তুমি হে হিয়াৰ মাজে, নঙঠা গছৰ দেখিলে দূৰত মুচ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৮, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(গুৱাহাটি) অঙ্কুৰ। আহাহে পথিক জন চোঁৱাহি এবাৰ ৰই চাই চাই জুৰুৱ। নয়ন। ফুল। আছিলা এদিন নিকুঞ্জ বনত নবীন প্ৰতিভা লই, তৰুণ লাবণ্য মন মোহ। কপে ফুলনী শোভিত হই। * নগাওঁ অ, ভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৭, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অঙ্কুৰ। দ্বাৰত প্ৰবেশ হলে মনে হয় এয়ে যেন সৰগৰ নন্দন কানন, নিতে নিতে আহি আহি নানান বিনোদ ৰসে কেলি কৰে দেৱ দিব্যঙ্গন। ধ্যান মগ্ন মহামুনি কৰ্ত্তব্য সাধন হেতু শিলাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৭, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বশিষ্ঠাশ্ৰম। প্ৰকৃতিৰ লীলাভূমি— কবিৰ কল্পনা পুৰি সৌন্দৰ্য্যৰ এই মহা থান, পথ শান্ত পথিকৰ জিৰণিৰে৷ এই ঠাই নিতে গীত গাই সমিৰণ। সন্ধ্যা, ললিতা, কান্তা, তিনিজনি বাই ভন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৭, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৯২৩ অঙ্কুৰ। নৈবেদ্য বিহীন ধৰিছে৷ চৰণে পৰি, অজ্ঞান আন্ধাৰ আজোখা শৰাই গুচাই মনৰ দিয়া আগুৱান কৰি। জ্ঞানৰ শলাৰে হৃদয় জ্বলোৱা পুৰুৱা মনৰ কাম, সুখে দুখে যেন কদাপি নু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৭, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অঙ্কুৰ। তোমাতে জনম তোমাতে মৰণ তোমাৰেই দিন ৰাতি, মায়াৰ সংসাৰ মায়াতে মজিছে লুকাল জ্ঞানৰ ভাতি। মায়াময় মেঘে হৃদয় ঢাকিলে একোকে নেদেখা হলোঁ, গন্তব্য পথত খলা বমা দে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৬, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভকতি-আজলি বন্দনা। যাচিছো হে প্ৰভু প্ৰবোধ নামানে লই এই পুষ্প হাৰ, অবোধ সন্তানে কৰা দৃষ্টি কৰুণাৰ। দুঃখীয়াৰ বুলি নিযিনিবা প্ৰভু মাতিছে বন্দনা গানে, আকুল হৃদয় পুলক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৬, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অঙ্কুৰ। নাই ধন জন দুখীয়া পৰাণ জন্মিল দুখীয়া হই, দুখৰ বোজাকে বইছে। সততে নিয়তি পথত ৰই। অনস্ত কালৰ ভব নাটকৰ অনন্ত ধামৰ নাজানো কৰ্ত্তব্যকাম, নতুৱা সাজিলোঁ নিচিনো ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৬, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰণয় ডোলেৰে অঙ্কুৰ। বান্ধি নিৰন্তৰে ৰাখিছা মিলন কৰি, ধনী-দুখী আদি সবাকো পালিছা তুমি ন্যায়-দণ্ড ধৰি। হে দয়াময়! তোমাত বিনাই নাই সংসাৰৰ গতি, কিনো নৈবেদ্যাদি গোট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৫, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অঙ্ক ৰ -- প্ৰাৰ্থনা। নাই আদি অস্ত নিৰঞ্জন নিৰাকাৰ, প্ৰভু ভগৱন্ত তুমি নিৰাময় সত্যতে সদয় নাই অস্ত মহিমাৰ। বিচিত্ৰ সংসাৰে আতমা কাপৰে বিৰাজি সবাৰো প্ৰাণে, কত চলনাতে খ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৫, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৮ (লিখা নথকা) টেগ্: লিখা নথকা
- ১১:৩৫, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰাৰ্থনা বন্দনা বশিষ্ঠাশ্ৰম সূচী। ফুল 8 9 বসস্ত ১৩ মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰ দেৱ ১৮ সতী জয়মতী ২৯ তপস্বী ৩১ বিশ্ব DO সঙ্গী জীৱনৰ আকুল পথিক আমি ভাৰত মাতাৰ শিক্ষিত সন্ত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৫, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "810 জাবৰ আদি দিয়ে, তেনেহলে ৰচকৰ আশা পূৰ্ণ হব বুলি ধৰিব পাৰিব। সাহিত্য ক্ষেত্ৰত কিতাপ লিখা ৰচকৰ এইয়ে প্ৰথম উছম। গতিকে ইয়াত অনেক ভুল যে হব পাৰে ই নিশ্চিত। আশা কৰে৷ য..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৪, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ৰচক নিবেদন। ৰচক যেতিয়া হাইস্কুলৰ ২য় ও ৩য় শ্ৰেণীৰ ছাত্ৰ আছিল, তেতিয়াই কেইটিমান তলসৰ৷ কবিতা ফুলৰ পাহী গোটাই এধাৰি মালা গাথি ৰাইজৰ আগত দাঙি ধৰিব বুলি ভাবিছিল। কি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৪, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৪ (লিখা নথকা) টেগ্: লিখা নথকা
- ১১:৩৪, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "উছৰ্গা। এই ক্ষুদ্ৰ কবিতা মালাধাৰী নগাওঁ গভৰ্ণমেন্ট হাইস্কুলৰ হেড্মাষ্টৰ শ্ৰীযুত ৰামেশ্বৰ বৰুৱা বি-এ, বি-টি, মহাশয়ৰ কৰ কমলত, অভাজন ছাত্ৰৰ আন্তৰিক ভক্তি ও শ্ৰদ্ধ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৩, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "Printed by S. K. MANNA. at The Bholanath Printing Works, 21, Sukea Street, Calcutta. *301.23*" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১১:৩৩, ১৫ মে' ২০২৪ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:অঙ্কুৰ.pdf/১ (ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৫১, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/১০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভাষা। ভাষা শুদ্ধকৈ লিখিবলৈ আৰু পঢ়িবলৈ পণ্ডিতসকলে কিছুমান নিয়ম বান্ধি লৈছে; ব্যাকৰণ পাঠত তাকে মাথোন আলচ কৰে। যি পুথিৰ পৰা আমাৰ অসমীয়া ভাষা শুদ্ধৰূপে লিখিবৰ আৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৫১, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ব্যাকৰণ পাঠ। এইদৰে দেখা গছৰ ওপৰত এটা ধুনীয়া চৰাই পৰিছে; তেনেহলে এটা সম্পূৰ্ণ অৰ্থ ওলাব। যায় যে, কোনো এটা মনৰ ভাব আনক বুজাবলৈ হলে শব্দবোৰ কোনো বিশেষৰূপে বহুৱাব লা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৫০, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "578/29 ব্যাকৰণ পাঠ। ১ম অধ্যায়। ১ম পাঠ— ভাষা। হা নং ৩৫জ ১। মন, মাটি, মানুহ, মানিকী, মাৰি- ছিল, ধৰোঁতে, থকা, আৰু ইত্যাদি শব্দ- বোৰে আমাৰ মনত এটা এট৷ ৰেলেগ ভাব বুজায়, কিন্তু এই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৫০, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[8] লৰা-ছোৱালীয়ে সহজতে বুজিব পাৰিব বুলি আশা কৰা যায়। ৪। ভুল-প্ৰমাদ বা আন বিষয়ে শিক্ষকসকলে কিবা উপদেশ দিব খুজিলে সি অতি সাদৰে গ্ৰহণীয় হব। ইতি। 7 চলা বহাগ ১৮৩৯ শক। 76 T..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৫০, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সাহিত্য সভা CAM 12/3/29 32 ব্যাকৰণ পাঠ। ১ম অধ্যায়। ১ম পাঠ - ভাষা। 1 ১। মন, মাটি, মানুহ, মানিকী, মাবি- ছিল, ধৰোঁতে, থকা, আৰু ইত্যাদি শব্দ- বোৰে আমাৰ মনত এটা এট৷ ৰেলেগ ভাব বুজায়, কিন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৪৯, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৫ (ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৪৮, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শিক্ষকসকললৈ তনুবোধ। ১৷ এই সৰু ব্যাকৰণখনি সৰু লৰা ছোৱালীৰ উপযোগী কৰিবলৈ যথেষ্ট যত্ন কৰা হৈছে; আৰু সেই উদ্দেশ্যেই ইয়াত ব্যাকৰণৰ কঠিন বিষয়বোৰ নুতুলি যিখিনি আৱশ্য..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৪৭, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৪১৫৮/অ ১১০৭/অ: গুৱাহাটী আৰ্ট প্ৰেছত শ্ৰীপ্ৰতাপ চন্দ্ৰ তালুকদাৰৰ দ্বাৰা মুদ্ৰিত। ১৩৩০" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৪৭, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "All rights reserved 468 A. s. ব্যাকৰণ পাঠ। প্ৰথম ভাগ। [ অননায় স্কুলৰ ৫ম মান; ছোৱালী স্কুলৰ ৪ৰ্থ, ৫ন আৰু ও মান ইংৰাজী স্কুলৰ ৪ৰ্থ আৰু ৫ম মানৰ বাবে। ] শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ০০:৪৭, ১৮ ছেপ্টেম্বৰ ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:ব্যাকৰণ পাঠ.pdf/১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "Approsed by the Text Book Committee ব্যাকৰণ পাঠ। প্ৰথম ভাগ। ৪১৫৮/পাণ্ডু 20.8.৯৯ 34400 অসমীয়া স্কুলৰ ঔন মান; ইংৰাজী কবে ৪ৰ্থ মানৰ বাবে] 255161 vedt hts reserved 1SA.S. ৰচক – শ্ৰীহৰিনাৰায়ণ দত্ত বৰুৱা। কে। অনা।" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:১৬, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page শ্ৰেণী:ব্যাকৰণ (Created blank page) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
- ১৭:১১, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৬০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ৪৯ ] নিবা সেনা বয় বস্তু যত লাগে মানে, সকলো দিহাৰ ভাৰ এৰিলোঁ তোমাত। ঈশ্বৰ সহায় হৌক কৰোক মঙ্গল। আহা ঘুৰি লভি জয় কৰিলে। কামনা। চা। জয় পৰাজয় কথা কালৰ গৰ্ভত। নোৱাৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:১১, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 48 ] দেখা যক কেনেকৈ লবে মছলমান। যদ্যপি প্ৰবল হয় শত্ৰুৰ আঘাত সহিব নোৱাৰে ভিৰ আমাৰ ৰহুবা তেতিয়া যুগুত দেখো তোমাৰ গমন, সঙ্গে লই আৰু ফৌজ সহায় কাৰণ। চা। ক্ষমিক স্বৰ্গ দ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:১০, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 89 ] বিপদত বিবুদ্ধি জ্ঞানীক নুশুৱায়; নকৰে ক্ষত্ৰিয় জাতি সঙ্কটত ভয়। জন্মভূমি ৰক্ষা কৰা নৰৰ কৰ্ত্তব্য। স্বাধীনতা কেনে বস্তু পশুৱেও জ নে। ৰাজ ভক্তি পূৰ্ণ আছে তযু প..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:১০, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ৪৬ ] চ। ৰনৰ সঁজুলি বহু অস্ত্ৰ শস্ত্ৰ সহ, অলেখ যবন সেনা নাওয়ে বামে আহিছে উজাই। কৰি নানা অত্যাচাৰ। পাবহি কলিয়াবৰ অলপতে আহি। স্বঃ। বিপদৰ পাচে দেখোঁ আহিছে বিপদ। প্ৰল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:১০, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰথম অঙ্ক। যষ্ঠ পট। ( ৰজাৰ চৰাঘৰ, স্বৰ্গ ন.বাৰণ আসনত বহি আছে। দুৱৰী বৰুৱা, চাও বব গোহাইব প্ৰবেশ।) চা। স্বৰ্গ দেও! এইমাত্ৰ চোৰাংচোৱা আহি দিলেহি ৰণৰ মোক সঠিক বাতৰি। লা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৯, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 48 ] লি। বেটীৰ খং বাঢ়নীত। জয়ন্তী আইদেৱৰ খংটো মোৰ মুৰত ঝাৰিলে! ইমান কবিও-কাম নকবা হলো। (হা হাঁহি) বাৰু! দেখিম মই নহলেনো কাৰ ওপৰৰ দপদপনি কৰিব। গীত। কৰি কাম কলিজা মৰিল।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৯, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[89] চু। ( ( আতৰি গৈ) ময়ো কৈছোঁ—কিন্তু!—দেখিবা! তুমি মোক যেনে লাজ দিছাঁ— যেনে মনত কষ্ট দিছাঁ! তুমিও তেনে লাজ আৰু কষ্ট পাবা! বুজিছোঁ মই! কাক বিয়া কৰিবলৈ মন কৰিছাঁ। বাৰু যো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৯, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ৪২ ] পিতৃদেৱলৈ ভেটাদি পঠালে। স্বদেশৰ মঙ্গলৰ অৰ্থে, জন্ম ভূমিৰ স্বাধীনতা আৰু শান্তি ৰক্ষ| কৰিবৰ কাৰণে, মই ও তাত কোনো আপত্তি নকৰি, মান মৰ্য্যাদ৷ এৰি, কুটুম বঙ্গহলৈ পা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৯, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫২ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 8 ] কৰি আপোনা সকলে এটা বিকৃতি কঠুৱা ভাষা সৃষ্টি কৰিবলৈ ধৰিছে। ঢু। নই বুজিছোঁ! তুমি এই বোৰ কথাকৈ আচল কথাটোহে পাহৰাইছা। মই কিন্তু যিটো কথাৰ নিমিত্তে খাটিছে৷ তাৰ একো খ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৮, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫১ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 40 ] তোমালৈ মোৰ বৰ প্ৰণয় বেথা জন্মিছে—তুমিও মোক মৰম সাদৰ কৰিব লাগে— মোক বিয়া কৰাবলৈ মান্তি হব লাগে। জ। এৰ!, এতিয়াহে বুজিছোঁ! এই চাৰি আষাৰ কথা। তাকে পোনাই নকৈ জাল জৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৮, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৫০ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৩৯ } দেখোন মোক মিছাকৈ বদনামখন দিছে! আপোনাৰ হৈছে কি? চু। হৈছে কি! দেহিঐ! তুমি বুজিও নুবুজ। ভাৱ ধৰিছা। মোৰ মনৰ কথ৷ আকৌ ভাঙ্গি পাতি কওঁ শুনা। তোমাৰ এই অপূৰ্ব্ব হেম জ্যোত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৮, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৯ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[৮] জ। হৰি! হবি! গোহাঁইদেও! কিয় মিছাতে মোক এনে বদনাম দিছে! মই শপত খাই কৈছোঁ। জ্ঞান বিশ্বাসত মই কেতিয়াও এনে কাম কৰা নই যি আপোনাক বুলিয়া কৰিব! চু৷ আইদেও! তুমি মোৰ হৃদয়..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৮, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৮ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "5. Bone 83 [ 09 ] জ। আনকাল আপুনি মোক জয়ন্তী বুলি মাতে। তুই বুলি কথা কয়। আজি দেখোন — সমন্ধটে। এখাপ ওখকৈ, সুৰটো এখাপ তলকৈ ধৰিছে। অতি ভক্তি—ভালব লক্ষণ নহয়। চু। হায় বিধি! কিনে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৭, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৭ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "প্ৰথম অঙ্ক। পঞ্চম পট। আলিবাট। ( চুক্লেং প্ৰবেশ।) চু৷ মোক দেখিলো নেদেখা ভাৱ জোৰে। মই ওচৰ চাপিলে আঁতৰি যায়। কথা সুধিলে জেঙ্গেৰা মাৰি উত্তৰ দিয়ে। মৰমৰ কথা কলে— উচাট,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৭, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৬ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ৩৫ ] গু। হুজুৰব মেহেৰবাণ। পাওঁ। পুৰস্কাৰটো যেন সোনকালে ( চেল|স দি ওলাই যায় ) তু। কই হ্যায়! (বাঞ্জৰ পৰা ) হাজিৰ হুজুৰ! তু। অমৰ খাঁ কো চেলাম দাও। (বাজব পৰা) বহুত আচ্চা হুজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৭, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৫ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 08 ] মানুহৰ মতন বোকা চাউল খায়! বাহঁগাজ থায়। আৰু যোৱান হলেহে ছোৱালী বিয়া দিয়ে! তু। (হাঁহি হাঁহি ) মোৰ প্ৰশ্নৰ মৰ্ম্ম আপুনি বুজা মই পুচিছে৷ মানুহ সবৰ বল বুদ্ধি কি ৰকম..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৬, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৪ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ৩ ] তু। আসাম দেশ আৰু তাৰ মানুহৰ মোৰ কিছু কথা জানিবৰ দৰ্কাৰ হৈছে। সেইবাবে আপোনাক মতাই আনিছোঁ। বোধ হয় আপুনি তাত বিৰক্তি পোৱা নাই। গু। আশক্তি বিৰক্তি একো নাই। বেপাৰী..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- ১৭:০৬, ২৮ আগষ্ট ২০২৩ Kuldhar Rabha আলোচনা বৰঙণি created page পৃষ্ঠা:মূলা-গাভৰু.pdf/৪৩ (মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ৩২ ] অ। বহুৎ আচ্ছা জোনাব। (তুৰ্ব্বক আৰু অমব দুইও দুফালে ওলাই যায়। অলপ পিচত গুচৰণৰ প্ৰবেশ) গু। (ইকালে সিফালে চাই) মছলমানৰ অত্যাচাৰত বঙ্গদেশ এবি জঙ্খলী আসাম দেশ” পাল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: মুদ্ৰণ সংশোধন কৰা হোৱা নাই