পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় তাঙৰণৰ নিবেদন

 ‘যুগনায়ক শঙ্কৰদেৱ’ৰ ক্ৰমশঃ বাঢ়ি অহা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ তৃতীয় তাঙৰণ সহৃদয় পাঠক সমাজৰ মাজলৈ আগবঢ়োৱা হ’ল। বৰ্তমানে আৰু ভৱিষ্যতেও শঙ্কৰদেৱৰ বহল অধ্যয়নত এই গ্ৰন্থই অনুসন্ধানৰ ক্ষেত্ৰত প্ৰেৰণা দিব পাৰিলে প্ৰকাশকৰ প্ৰয়াস সাৰ্থক হ’ব। পূৰ্বৰ দৰেই এতিয়াও পাঠকে গ্ৰন্থখনি আদৰি ল’ব বুলি আমাৰ একান্ত বিশ্বাস।

শুৱনী প্ৰকাশ