উচিত। কিন্তু সবাই এই ৰে নিৰলৈ বৰ টান; কিয়নো মিন শব্দ ভাষাত বহ নাথাকে। আমাৰ সমীয়া ভাষাত • মানহে যদি মিল শব্দ ওলায়। যত দুয়োটা ব্যানৰ যিনাৰ নোৱাৰি তা একেবাৰে সৰ শেহৰ ব্যঞ্জনটো মিলাই গলেও চলে। কিন্তু ঘৰৰ দুটা মিণিৰই লাগে। যদি কোনো ঠাইত ওপৰৰ ফাকিত তৰুণ থাকে, তে তলৰ শাৰীত নিপুণ বা নিশোহ পাৰে। কিয়নো ওপৰত তা বোলেতে শেহত আৰু আছে, আৰু হতো সেই পৰে নিপুণ হোেেত শেষ আৰু আছে, আৰু ওপৰৰ। তলৰ শৰ লগত মিলিছে। কিন্তু তা আৰু হৰি ভালকৈ নিমিলে, কাৰণ ওপৰত আছে উ আৰু , তলত আছেই আৰু জ। আৰু শেহৰ স্বৰবৰ্ণটে। যদি ওন, তেন্তে ব্যঞ্জন বৰ্ণটে। নিমিলিলেও বৰ বেয়া সুনি। টান ঠাইত বলা ৰা এই দুটা শব্দকো মিলাৰ পাৰি। কিন্তু এন আৰু মল মিলাৰ নোৱাৰি, কাৰণ শব্দ দুটাৰ হে ঋৰ। ইয়াত শেহৰ নটো নিমিলিলে কোনোমতে ভাল নহয়। তলৰ নিয়ম মতে পৰা পক্ষ লিখি। নালাগে; বৰ টান ঠাইতৰে সেই নিয়মৰ আয় লোৱা উচিত। অনুনাসিক ৰবোৰ পৰশৰ মিলে, অৰ্থাৎ ওপৰত যদি ম থাকে, তেৰে তলত ন দিলেও দোষ নাই। কথা কওঁতে যিটো শব্দৰ অন্তৰ আখৰৰ স্বৰ লোপ হয় তাক পদ্য লিখেতেও হল কৰি লিখিব লাগে। যদি কেতিয়াবা ঠাইত’ লিখিবৰ সকাম হয়, তেনেহলে তাৰু এনে ঠাইত লিখিব লাগে, যেন পঢ়োতে ঠাইত বুলি পঢ়িব লগা হয়। ইয়াৰ এটা ইহৰণ চোৰ॥ | ইহেন ঠাইত বহি কিয়নো কাশি, এনে ছেদি মুৰে কিয় বিনাই। এতিয়া চোৱা, ওপৰৰ শাৰীত “ঠাইত শটো এনে ঠাইত বহিছে যে আৰু পটোতে ঠাই ও কৰি পঢ়িলে শুনিবলৈ ভাল নহয়, আৰু নিশিলে। কলৰ শাৰীতে “বিলাই শ সেই ৰুমেই বহিছে। তাকে বিলাইছা বুলি নপঢ়িলে ল মিল নায়। এই দৰে পা মিলোৰ। উচিত নয়। এনেকুৱা ৰোৰ এনে ঠাইত লিখা উচিত, যে কথা ওঁতে সেই শৰোৰ যেনে উচ্চাৰণ তাৰ যেন অলপো ব্যতিক্ৰম न