গেীতত্ত্ব। এনেকুৱা প্ৰথম নিৰ্দি জাকাৰৰ প্ৰাণীবিলাকৰ জন্য প্ৰত্যাৰ সিমান ভেদাভো নেথাকে। মোক কেচু গ্ৰাৰ এই শ্ৰেণীৰ জীৱ। কোনো বস্তু ধৰিব লাগিলে সি হতে খাটোৰ এচোবা দীঘলকৈ মেলি দিৰে বা কোনো বিপদৰ আশা হলে তেতিয়াই গোটেই গাটে। কোচাই ঘূৰণীয়া বা তলু গুটিৰ দৰে হয়। কোনে। আহাৰ ধাব লাগিলে জাহাৰীয় বন্ধটিৰ চাৰিও ফালে মেৰাই ধৰি তাৰ সাৰ ওfহ পেলায়। এই প্ৰটোধেজম আৱৰাৰপৰা উন্নতি হৈয়েই পৃথিবীত মানা জীব মই হৈছে। প্ৰকৃষ্টিৰ প্ৰণালীৰ দ্বাৰাই জীৱবিলাকৰ মাদিতে একেটা উৎপৰিষ ঠাই হুৈয়ো অনন্ত কালৰ গতিত নানা গ্ৰেণী তেল হৈছে। প্ৰত্যেক শ্ৰেণীৰ জীৱ, শ্ৰেণী জগতৰ ক্ৰমিক উশ্নতিৰ প্ৰত্যেক অৱগাৰ একোটা গঢ় মাথোন। এই কমিক উতি এটা বৰ ডাঙ্গৰ প্ৰাকৃতিক বিবৰনৰ দ্বাৰাই সখা গৈছে, আৰু সেই বিবৰ্তনৰ এতিয়ালৈকে শেষ ফল মানুহৰ সৃষ্টি। এই ক্ৰমোৰভিন্সাংক পৰিবৰ্ত্তন সদাই চমি জাছে জাক ভবিষালৈও সেই দৰেই চলি থাকিব। এতিয়া এনে প্ৰশ্ন হব পাৰে যে প্ৰকৃতিৰ কি প্ৰণালী অনুসাৰে জীৱজগত শ্ৰেণীভেদ 8ৈটে এই প্ৰণালী এইবিলাক নিয়মৰ দ্বাৰাই পঢ়া, যেনে (১) বৃদ্ধি আৰ পনকাপ ও (২) পুকাভুক্ৰমিক গুণাধিকাৰ, () বহিৰ্জগতৰ অৱস্থাৰ জাক ব্যবহাৰ অব্যবহাৰৰ তাৰ গমা () জীৱসমূহৰ বনবৃদ্ধি, সিহঁতৰ মাজত জীবন ৰক্ষাৰ নিমি:ও সুজ আৰু তাৰ ফল স্বৰূপ প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰাই AেIৱা জীবচৰিত্নৰ প্ৰতি তেৰ আক উয়ছিান জীৱৰ লোপ। এই কেইট। নিম্নম বৰ গুৰু আক বুজিবলৈ বৰ টান, পেই দেখি এই বিষয় আলাপ বিশণৰপে বুজাবলৈ চেষ্টা কৰা যাওক। বৃদ্ধি আৰু পুনৰংপত্তি এই টুট। ও৭ সকলো জীৱৰেই আছে। সময়ৰ গতিত মাছছ, গব, থোৰা, চৰাই, তৃণ সকলো বাঢ়ে আৰু সিহঁতৰ সস্থতি উৎপাদন কৰি জীৱসংখ্যা বঢ়ায়। এই ছটও৭ নণকা হলে জগতত প্ৰাণী নাথাকিলহেঁতেন। দ্বিতীয় নিয়মটি সৰ জাবইকীয়। পৃথিৱীৰ সকলো প্ৰকাৰ জীৱই নিজ। নিজ ২৭ নিৰ সম্ভান সৰতিবিলাকক দি যায়। সকলোৱেই দেখিলে যে বহুত মাধূহৰ কিছুমান ৰোগ সিহঁতৰ পূৰ্বপুৰ ঘৰিলাৰুৰপৰা অধিকাৰ কৰা। ডাকৰী