পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

আত্মশিক্ষা। ২৮ লৈকে মন কেঁাচ নেব, আত্মশিক্ষাও অলপ হে ধৰ। সেই কাৰণেই আকৌ কও, সেই পক্ষপাতী ভাৰ গুচাই নিজৰ দোষ গুণৰ আচল অৱস্থা আৰু পৰিমাণ সুন্দৰকৈ বিচাৰ কৰিবলৈ অলপপ লাজ নেপা। এই কত যিমান কে গুলিব পাৰি সিমান ভাল; ওপৰে ওপৰে চাই অলপ গুণিয়েই এৰি দিয়া আবঞ্চনা মাথোন। তোমাৰ ইচ্ছ। কি, বাস্তবিক জল হোৱাটোনে, লোৰু তাল দেখুৱাটো? যদি ভিতৰি ভাল নহৈ বাহিৰে লোকক ভাল দেখুৱাটোহে তোমাৰ মন হয়, তেনে হলে আনিব, সেই আশা কেতিয়াও পূৰ নহয়, তোমাৰ আন আন দোষৰ লগত আৰু এটা দোৰ যোগ হে হব। পিতলক মোৰ বুলি এৰাৰ দুবাৰ বেছিৰিব পাৰা, এদিন নহয় এদিন অল তাৰ আচল প্ৰকাশ পাব তেতিয়া বেচাকহে নিলগতে ছেই যে কৰিব, পিতলক আৰু সোণ নোযোলে! একে তুমি যদি বাষিকে ভাল হব পোৰ, তেন্তে তুমি আচলতে গুচাবলগীয়া কি কি দোষ তোমাৰ আছে তা বোকৈ জানি বলৈ চেষ্টা কৰাত অপো কী নকৰিবা। সবাই মনত ৰাধিৰা যে, তুমি যেন অপোনাকে আপুনি বঞ্চনা নকৰা। যেতিয়া আনিবা যে তুমি তোমত নিজে সঁচা আহা আৰু তোমাতে ঢাকিবলৈ তোমাৰ অলপপ। মন নেয়, যেতিয়া জানি যে দেখিবলৈ পোৱা সকলো দোষকে গুচাবৰ নিমিত্তে প্ৰাণপণে চেষ্টা কৰাৰ যে অতি আৱশ্যক এইটি কথাও তোমাৰ মনত যেচকৈ ধাৰণা হৈছে, তেতিয়া দেখি। যে কুমতিয়ে আৰু তোক দুলাৰলৈ সাহ নেপায়! কু-ৰীতি কু-অভ্যাসে ভেজা সবলৈ ঠাই নেপাই আপোনা কি পলাবলৈ ধৰিব। কিন্তু যেতিয়ালৈকে মনত এইটি ঠিক কৰি বহুৱাই গ নোৱাৰা যে আত্মশিক্ষাই নিজৰ উন্নতিৰ প্ৰধান উপায় আৰু আত্মশিক্ষা অভ্যাস কৰিবলৈ নিজে নিজৰ দোষগুণ সম্পূৰ্ণৰূপে বুজি লব লাগে, তেতিয়ালৈকে আত্মশিক্ষাৰ বৰ বৃদ্ধি হব নোৱাৰে। নিজৰ উন্নতি সাধন কৰিবলৈ পৰা মন হৈও আৰু অপকটে আত্মশিক্ষা কৰিবৰ ইচ্ছা কৰিও অভ্যাস কৰিবৰ নিয়ম ভালকৈ নজনাৰ পৰা আত্মশিক্ষাৰ সকলো চেষ্টা নিস্ফল হয়। এই বিধৰ সাধাৰণ দোষ এট। এই যে আমাৰ দোষ গুণৰ মূল কাৰণটো নিবিচাৰি কেতিয়াবা কেতিয়াবা ওপৰে ওপৰে খপিয়াই ফুৰে॥ আমি ভাবে। যে আমাৰ কাৰ্যবিলাকৰ ইটোৰে