এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
খ) শৰীৰৰ অৱসাদ দূৰ কৰি তােলে। ২।টাড়াসন (বহাঅৱস্থা) ক) শৰীৰ আকৃতি উন্নত কৰি তােলে। খ) ভৰি আৰু নিতম্বৰ শক্তি আৰু জোৰ বঢ়াই তােলে। খ) কৌষ্ঠকাঠিন্য হ্রাস কৰে। ৪। পাদমুদ্ৰাহস্তমুদ্রা- ক) পিঠি, হাত, নিতম্বৰ মাংসপেশীৰ জোৰ বঢ়াই তােলে। খ) পেটৰ অংগসমূহলৈ তেজ চলাচল বৃদ্ধিকৰে। ৫| প্রাণায়ম/অনুলােম-বিলােম ক) মগজুৰ কার্যক্ষমতা বৃদ্ধি কৰে । তাপৱনমুক্তাসন (থিয় হৈ) ক) পেটৰ গেছৰ সমস্যা কমাই। এই আসন সমূহ বিশেষ প্রশিক্ষণত অভ্যাস কৰা উচিত। ১০৭