(Melanocytes) বুলি জানাে আৰু ইয়াৰ দ্বাৰা মেলানিন (Melanin) উৎপন্ন হয় যিয়ে আমাৰ ছালৰ ৰং নিয়ন্ত্রণ কৰে। আমি সকলােৱে জানাে যে প্রত্যেকজন ব্যক্তিৰ ছাল বেলেগ বেলেগ হয়। কিছু সংখ্যক ব্যক্তিৰ শুকান ছল, কিছুসংখ্যকৰ তেলেতিয়া ছাল আৰু কিছু সংখ্যকৰ মিশ্রণ ছাল হয়। খুব কম সংখ্যকৰস্পর্শকাতৰ ছাল থাকে। আমি সদায় মনত ৰখাটো উচিত যে প্রত্যেকে ছালৰ বিবিধা অনুসৰি ছালৰ যত্ন লােৱাটো খুব আৱশ্যক। তলত উল্লেখ কৰা বিধি সমূহ অৱলম্বন কৰিলে ছাল সতেজ আৰুসুন্দৰ হৈথাকে। ১) ছালৰ সতেজতা আৰু উজ্জ্বলতা বঢ়াবৰ বাবে অতি কমেও ২.৫ ৰ পৰা ৩ লিটাৰ পানী নিতে। খােৱাটো প্রয়ােজন। ভালে থাকে। নিতৌ আমলখি খালে ছালৰ উজ্জ্বলতা, ৰং আৰু সতেজতা বৃদ্ধি পায়। ৩) ৰাতি ২-৩ চামুচ ত্রিফলা গুড়ি ১ গিলাছ কুহুমীয়া পানীত মিহলাই খাব লাগে যাতে পিছদিনা শৌচ খােলােছা হয় কাৰণ ছালৰ বিভিন্ন সমস্যা শৌচ-প্রস্বাৱ খােলােছা হলেও হয়। ৪) কেঁচা হালধীৰ লগতক’লা তুলসীৰ পাত, বেচন আৰু মৌৰ মিশ্রণ বনাই মুখত ১৫ মিনিট লগাই পানীৰে ধুই দিলে যিকোনাে কাৰণত হােৱা কলা দাগ কমি যায়। অৱশ্যে যিসকলৰ শুকান। ছাল তে ওঁলােকে বেচনৰ পৰিৱর্তে গাখীৰৰ চামনি ব্যৱহাৰ কৰিব পাৰে। ২) ফল-মূল, কেঁচা শাক-পাছলিৰ চালাড, ফলৰ ৰস আৰু ডাবৰ পানী নিয়মিত খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ছাল ৫) নেমুৰ ৰসৰ লগত তিয়হঁৰ ৰস মিহলাই ছালখন ভালকৈ পৰিষ্কাৰ কৰি হালধী, মচুৰ দালি, গাখীৰ