পৃষ্ঠা:Sankardev.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

92 তেন মতে মাত্ৰ আঁকে সততে। এতেকে মুকুতি পাৱে কহিলে। বেকতে॥” “বন্দি হুয়া আছে নন্দে কৃষ্ণক দেখিল। হাসিলন্ত কোনে হেন কৰিলন্ত বুলি বান্ধ মেলি কৃষ্ণক কোলাত লৈল তুলি। কতো গীত গান্ত কৃষ্ণ গোপীৰ বচনে ছাযা পুতলাক যেন নচাৱে যতনে। কেহহ বেলা গোপিকাৰ শুনি আজ্ঞাবাণী। কোনো ফল লইবে বুলি ডাকিলে পসী। ধান দিয়া হাত পাতি থাক মুবাৰি। কৃষ্ণৰ হস্তব ভৰি দেয় ফস বাছি সুবৰ্ণ ৰতনে তাইৰ উপচিল পাছি। অৰ্জুনত লাণি ভৈল উৰল পথালি কাশ ফান্দিয়া টান দিলা বনমালী। “দিনেক যশোদ। নাৰী নন্দৰ ধৰিণী। মথিবাক লাগিল। আপুনি দধি আসি। সুমৰি কৃষ্ণৰ সব বালক চৰিত। দধিক মথন্তে যশদাই গাৱ গীত। ক্ষৌম বঙ্গ প্ৰকাশে নিতম্ব কৃশ কটি। সোণাৰ মেখলা তাত বান্ধিয়াছে আঁই। আজোৰন্তে লৰে আতিকুল কৰুণ। পুত্ৰৰ মেহত সুবে কম্পে দুযযা স্তন। কৃষ্ণক বান্ধ অতি যশোদা সুন্দৰী। মুযুৰিলে দেখ আঙ্গুল দুই জৰী। আনি আৰু জৰী সতী তাতে জোৰা দিল। বান্ধি চাৱে সিয়ো দুই আঙ্গুল নাটিল। দুনাই জৰী পুৰিয়া গাৱৰ বলে আটে। দেখে গোপী তথাপি আঙ্গুল দুই নাঢ়ে। এহিমতে গৃহত পাইলন্ত যত জৰী। আনি আনি থোৰা দিযা বান্ধস্ত সুন্দৰী। “বৰিষে কণিকা মেঘে ওপৰত গাজে। ফণায়ে ধৰিল ছত্ৰ আসি সৰ্পৰাজে। ওপৰত দিযা দশমৰ এই পদবিলাক কীৰ্তনত