পৃষ্ঠা:Sankardev.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যা ১৩৭ নাৱত তােলে ৰত্নক মুসুধি ॥” তেতিয়' বটুৱে বলিক কেন সুন্দৰ উত্তৰ দিলে -- “তিনিযয লােকত যত আছে ধান্য ধন। যত দিব্য নাৰী আছে সুন্দৰী প্রধান। যত দিব্য বৰ বাৰ বস্ত্র অলঙ্কাৰ। সবে ও নুপূৰে মন এক লুভিয়াৰ । পৃথ গয় আদি কৰি ৰ'জা অপৰ্যন্ত । অর্থৰ তৃষ্ণাৰ কেহো ন'পাইনেক তন্ত। সন্দীপা পৃথিবা কৰি অধিকাৰ। তথাপি তৃষ্ণা কেহো নাহালক nt হন্দ্রিয়ক দমি যিটো নকৰে আ৫ শি। সি সি মহা সুখী fঘটে। অল্পতে সন্তোষ । তসন্তুষ্ট প্রাণী ও মন ng! ত্রৈলােক্যৰ লক্ষ্মী পাইলে নাহি তাৰ সু | যেহি পাৱে তাতে

তুষ্ট হোরে মন। তো বসে বি এ জে বাঢ়ে আনুক্ষণ

সন্তোষে সমস্তে তেকে এৰে ঠায় নে জল পৰি অগ্ন নি । • পথ কেনে দান কৰ উ5• এই ‘ষয়ে শুক্র, লিক উপদেশ দিছে “fzটা দান কন্থে বৃত্তিৰ হে'রে ছেদ কিছু পুণ্য নাহি ছা মা এ পারে শেদ || জীবিকা থাকিলে পাই সবে কষ্য। প্রাত দিনে সিজে দান তপ যজ্ঞ ধম্ম । শুনিয়ােক বলি যেন শাস্ত্ৰৰ বহিত পঞ্চ ভা" কৰি বি ভােিব নিজ বিত্ত। ধম্ম অর্থ কাম শ পুত্র নিদানে তেবেসে থাকিবে পাই সুখে সব্ব স্থানে।” কেতিয়া মিছা মাতিলে পাপ নয় এ বিষযে দৈত্যগুৰু শুক্র উপদেশ হৈছে—“সুৰতি বিবাহ প্রাণ শঙ্কটৰ বাসে । গগা ব্রাহ্মণৰ অর্থে সব্বস্ব বিনাশে। এতেকতে মিছা মাতিলেও নাহি পাপ... কপটাক কপট কৰিলে নাহি হানি। তা যেবে জীব লাণে উপায় হেন গুণ। আত্মাঘাত নকৰ মােহােৰ বুদ্ধি শুন।”