৩ অধ্যায়। ১১ তিৰীবিলাকেও চেলা বটা চুলি, আৰু সোণ, মুকুতা, বহুমূল্য বস্ত্ৰেৰে অ- পোনাক ভূষিত নকৰি, সুলাজ আৰু সন্মানেৰে সৈতে লজ্জা ৰূপ বস্ত্র পিন্ধি, ১০ ঈশ্বৰক সেৱা কৰা তিৰী লােকৰ এই যি উচিত ভূষণ, এনে উত্তম কর্মেৰে আপোনাকে ভূষিত কৰােক, ইয়ে মোৰ বঞ্চি। সকলো ভাৱে বশবত্তী হৈ নিশমৰ ৰূপে শিকোক; ১২ স্বামী শিক্ষা দিবলৈ বা মুনিহৰ ওপৰত অধিকাৰ হবলৈ ময় তিৰোতক অনুমতি নিদিওঁ; কিন্তু নিজম দি থাকিব- লৈ অজ্ঞা দিওঁ। ১৩ কিয়নো প্রথমে আদিম, পাছেহে হৱা সজন হৈছিল; ১৪ আৰু অদিমক ভুল কৰা নহয়, কিন্তু তিৰিক ভুলুৱা হৈ দূষী কৰা হৈ- ছিল। ১৫ তথাপি তিৰোতাই বিশ্বাস আৰু প্রেমে সৈতে পবিত্র কর্ম আৰু নিয়ম অচিৰণত সুথিৰে থাকিলে, তাই সন্ততি প্ৰসৱৰ দ্বাৰায় উদ্ধাৰ পাব। ৩ অধ্যায়। কোনো মানুহে যদি ৰক্ষকৰ ববি পাবৰ নিমিত্তে ইচ্ছা কৰে, সি এটা উত্তম কৰ্মলৈ ইচ্ছা কৰা হয়, এই কথাই সঁচা। ২ ৰক্ষক হলে নিদুষী, কেৱল এজনি তিৰোতাৰে স্বামী, সতর্ক, চেতনা, সদাচাৰী, অতিথি শোধ, শি- কোৱা কৰ্মত নিপুণ, এনে অৱশ্য হব লগা । ৩ মদপী, বা মাৰকিল কৰা, [বা কুচিত লাভ বিচৰা] নহৈ, সহনীয়, নিৰ্বিৰোধী, নিলু ভী, ৪ অৰু সকলো ৰূপে গধুৰ হৈ আপােনাৰ লৰাবিলাকক বশ কৰি ৰাখি আপোন ঘৰৰ মানুহক উত্তম ভাৱে শাসন কৰ', এনে তাৰ আৱশ্যক । ৫ কিয়নো যি কোনো আপােন ঘৰৰ মানুহকে শাসন কৰিব নেজানে, সি কেনেকৈ ঈশ্বৰৰ মওলীক পালন কৰিব পাৰে? আৰু অহঙ্কাৰেৰে গী হৈ ছয়তানৰ দ্বাৰাই দণ্ডত যেন নপৰে, নতুন শিষ্য ৰক্ষক নহওক। ৭ তাত বাজে অপমানত আৰু ছয়তানৰ ফালত যেন নপৰে, এই নিমিত্তে মণ্ডলীৰ বাহিৰৰ লোকৰ পৰা সুখ্যাতি হবৰ অৱশ্যক। ৮ সেই ৰূপে পৰিছাৰবিলাকো দুমুখিয়া, বা মদপী, বা কুচিত লাভ বিচৰা নহৈ, ১ গধুৰ আৰু নির্মল মনেৰে ধৰ্মৰ গোপনীয় কথা ৰখা, এনে মানুহ হব লগা অৱশ্যক। অাৰু সিবিলাক প্ৰথমতে পৰীক্ষা কৰা হৈ নিদুষী হলেহে পৰিছাৰকৰ বাব পোৱা হওক । ১১ অাৰু সিবিলাকৰ তিৰোতাও সেই ৰূপে গহিণ, নিৰপবাদক, চেতনা, আৰু সকলো কর্মত বিশ্বাসী হওক । ১২ পৰিছাৰকবিলাক কেবল এক এক তিৰোতাৰ স্বামী হৈ আপোনাৰ লৰা অাৰু ঘৰৰবিলাকক উত্তম ৰূপে শাসন কৰা হওক । ১৩ কিয়নো যি- বিলাকে পৰিছাৰকৰ বাবত শজ অচিৰণ কৰে, সিবিলাকে আপোনালৈ উত্তম ববি অাৰু যীশু খীষ্টৰ ধৰ্মত অতি সহ পোৱা হল । ১৪ ময় কিছু দিনৰ পাছে তোমাৰ ঠাইলৈ যাবলৈ আশা কৰিছে। ১ ০ ৪৯