১৪ অধ্যায়। ৩১৭ লাকৰ নিমিত্তে নহয়, বিশ্বাসী লোকৰ নিমিত্তে হয়। ২৩ আৰু মণ্ডলীৰ সকলো লোক একে ঠাইতে গোট খাই অটাইবিলাকে যদি অন অনি ভাষাৰে কয়, তেন্তে নজনা বা অবিশ্বাসী কোনো লোক আহিলে তোমোলা- কক বলিয়া নুবুলিব নে? ২৪ কিন্তু সকলোএ যেতিয়া উপদেশ দিএ, তেতিয়া অবিশ্বাসী বা নজনা কোনোএ তামোলাকৰ মাঝলৈ আহিলে, সি অটাইৰে দ্বাৰাই প্ৰমাণ পাইছে, আটাইৰে দ্বাৰাই দুষী কৰা হৈছে, ২৫ আৰু তাৰ মনৰ গুপুত কথাবিলাক প্ৰকাশ কৰা হোৱাত সি তললৈ মুকৈ পৰি ঈশ্বৰক সেৱা কৰি, নিশ্চয়ে তোমোলাকৰ মাঝত ঈশ্বৰ আছে, এই কথা বুলিব। ২৬ তেন্তে হে ভাইবিলাক, কি কৰিবলৈ আছে? যেতিয়া তোমোলাক গোট খোৱা হয়, তেতিয়া তোমোলাকৰ মাঝত কোনোৰ গীত আছে, কো- নোৰ উপদেশ, কোনোৰ আন ভাষাৰ কথা, কোনো জনৰ ভবিষ্যত বাক্য, কোনো অৰ্থ প্ৰকাশ কৰা কথা আছে; ধৰ্মত বৃদ্ধি কৰিবৰ নিমিত্তে সক- লে। কৰ্ম কৰা হওক। ২৭ কোনোএ যদি অনি ভাষাৰে কয়, তেন্তে দুই তিনি জনতকৈ অধিকে নকৈ ক্ৰমে ক্ৰমে বোলোক, আৰু এজনে তাৰ অৰ্থ বুঝাই দিওক। ২৮ কিন্তু অৰ্থ বুঝাওঁতা যদি কোনো নাই, তেন্তে সি মও- লীৰ মাঝত নিজম দি থাকি, ঈশ্বৰৰ আগত আপোনাৰ মনতে কথা কওক। ২৯ আৰু উপদেশক দুই বা তিনি জনে কথা বোলোক, আৰু অনিবিলাকে বিবেচনা কৰোক। ৩০ কিন্তু ওচৰত বহি থকাবিলাকৰ কোনো জনত যদি কিবা কথা প্ৰকাশ কৰা হয়, তেন্তে প্ৰথমে কোৰা জনে নিজম দি থাকোক; ৩১ কিয়নো আটাইবিলাকে শিক্ষা আৰু সান্তনা যেন পাই, এই নিমিত্তে তোমোলাক সকলোএ এজন এজনকৈ উপদেশ দিব পাৰা। ৩২ উপদেশক- বিলাকৰ আত্মা উপদেশকৰ অধীন হয়। আৰু পবিত্ৰ লোকৰ সকলে। মণ্ডলীৰ মঝিত ঈশ্বৰে উটাপুটি কৰাওঁতা নহৈ কুশল কৰাওঁতা হৈছে। ৩৪ আৰু তোমোলাকৰ তিৰী লোক মণ্ডলীত নিজম দি থাকোক, কথা প্ৰচাৰ কৰিবলৈ সিবিলাকলৈ নিষেধ; শাস্ত্ৰে কোৱাৰ দৰে সিবিলাক অধীন হৈ থাকেকি। ৩৫ কিন্তু যদি কিবা সুধিবৰ মন আছে, তেন্তে ঘৰতে অ- পোনাৰ স্বামী সোধেকি; কিয়নো মণ্ডলীৰ মাঝত তিৰী লোকে কথা কোৱা অনুচিত। ৩৬ ঈশ্বৰৰ কথা তোমোলাকৰ মাঝৰ পৰা ওলাইছিল নে? নাই- বা অকল তোমোলাকৰ ওচৰলৈ গৈছিল নে? ৬৭ কোনোএ যদি আপো- নাক উপদেশক বা পৰমাৰ্থিক বুলি মানে, তেন্তে মই তোমোলাকলৈ যি কথা লিখিছে, সেইবিলাক ঈশ্বৰৰ অজ্ঞা হয়, সি ইয়াকে সৈ কাহোক। ৩৮ কিন্তু কোনো যদি অজ্ঞানী, সি অজ্ঞানী হৈ থাকোক। কে হে ভাইবিলাক, উপদেশ দিবলৈ উৎসাহী হবা; আৰু আন ভাষাৰে কথা কবলৈ নিষেধ নকৰিবা। ৪ ০ সকলো কৰ্ম শোভা ৰূপে আৰু ক্ৰমে ৰে কৰা হওক। ৩৯ এই হেতু