পৃষ্ঠা:Mor Sowarani.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ লোৱৰ লিখনিৰ কে চেনেহী অসমীয়া ভাষাৰ মোত মোক ঘৰমুৱাকৈ বোৰ খুৱায়। ফনিভাতি, মই বলুৰা ভাৰ আৰু কল্পনাৰে লোক আগত লুকুৱাই অসমীয়া কবিতা এটি দুটি কৈ ৰচিৰলৈ ধৰিলে, চল পালেই অসমীয়া ৰচনা লিখি সঁচিবলৈ শিকিলো। ইয়াৰ মূল-সঞ্চাৰিখ শক্তি হৈছিল “অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।” অৰূপতে আমাৰ পূৰ্ববৰ্তী কলিকতা এৰাসী অসমীয়া ছাত্ৰ-সকলে এই “অ, ভা, উ, সা” সভাখন প্ৰতিষ্ঠা কৰি, ভঁয় পৰিবলৈ ধৰা অসমীয়া সাহিত্য পুনঃ ঠন্ধৰি উঠিবলৈ সঞ্জীবনী শক্তি দান কৰে। এই সভাত মই অতি আগ্ৰহেৰে মোৰ কলিকতীয়া কালৰ পোন প্ৰথম বছৰতে যোগ দিলো। মোৰ সেইকাৰ ভিতৰত এই সভাৰ এনেকুৱা এটা বৈঠক পাৰ হবলৈ নাপালে যত মই ‘গড় হাজি’আছিলো, বা উপস্থিত নাছিলো, আক, সততে ঠিক সময়ত সভাৰ বৈঠকত উপস্থিত হোৱাৰ বাবে মই ‘টাইপিছ’ খিতাপ পাইছিলো; বৰূপতে মোক সভালৈ যোৱা দেখিলেই বৈঠকৰ ঠিক সময় চাপিলহি ভাবি লগৰীয়া-সমজুৱা সকলে খৰপোচ্ কৰা হৈছিল। এই অ, ভা, উ, সা, সভাৰ এটা বছেৰেকীয়া বৈঠক বৰ সমাৰৰহেৰে বহিছিল। তাত মাণিকচন্দ্ৰ বৰুৱা ভাঙৰীয়া সভাপতি হৈছিল আৰু কাৰ্যালোচনাৰ মাজ ভাগত গৈ ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰেও যোগ দিছিল। সেই বৈঠকত মোৰ অসমীয়া সাহিত্যিক বন্ধু হেমচন্দ্ৰ গোস্বামী দেৱে “অসমীয়া ভাষা” শীৰ্ষক এখন বৰ সাৰুৱা আৰু সুদীৰ্ঘ ৰচনা পাঠ কৰিছিল। পাচত, সেই ৰচনা ছোৱা- ছোৱাকৈ “জোনাকী" আলোচনী কাকতত (৩য় ভাগত) প্ৰচাৰিত হৈছিল। সেই দিনা সেই ৰচনাই মোৰ মনত আহোমৰ পুৰ্ব গৌৰৱ, অসমীয়া জাতিৰ ভাৱ, আহোম ভাষাৰ পুনৰুষাৰঅসমীয়া সাহিত্যৰ শ্ৰবৃদ্ধি, অসমৰ পুৰণি তথ্য-সংগ্ৰহ ইত্যাদি বিষয়ক চিন্তালোচনা দকৈ বহুৱায়। আৰু অনতিপলমে আপোনমনেৰে মই সেই সাধনাৰ সংকল্প অন্তৰ কৰি আনে নজনাকৈ তাৰ তপস্যাত ধৰিলো। সেই ছেগতে “জোনাকী” আৰু “বিজুলী” নামেৰে মাহেকীয়া অসমীয়া আলোচনী কাকত দুখনে মোক মোৰ সেই তপস্যা ফলিৱাবলৈ বিস্তৃত থল আৰু বিস্তৰ বল দান কৰিছিল। ‘জোনাকীবিলী’ “জোনাকীৰে সৈতে মই মূলীয়া কালৰপৰা চিনাকী। শিৱসাগৰৰ হাইস্কুলত পঢ়োতে “জোনাকী” মই বৰ ৰাপ, লগাই পঢ়িছিলো। তাত প্ৰকাশ হোৱা হেমচন্দ্ৰ গোস্বামীৰ কবিতা, খোদৰ বৰাৰ ভাৰৰ হেন্দোলনি লগোৱা প্ৰবন্ধ, লক্ষ্মীনাথ বেজবৰুৱাৰ চুচুৰি অব “কাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা,” কমলাকান্ত ভট্টাচাৰ্যৰ ওজস্বিনী জাতীয় গত, গেৰ মহন্তৰ প্ৰত্নতাত্ত্বিক এবাৱলী পঢ়ি মই বৰ তৃপ্তি পাইছিলো। কলিকতালৈ গৈ ভাত সেই আলোচনীখন চলোৱাৰ ব্যৱস্থা দেখি, আৰু তাৰ উন্নতিকল্পে কলিকতা প্ৰৱালী অসমীয়া ছাত্ৰ সমষ্টিৰ সমূহ পুৰুষাৰ্থলৈ মন কৰি, মই বিমোহিত হলো। কয়েক মাননা নিশো হৈ ৰ নোৱাৰি মই অনতিপলমে মোৰ ফু আৰু অনায়া চিলোনা তাৰ লগতে এটিতে বোগ দিলো; অৱশ্যে আনে বৰকৈ গম নোপোৱাকৈ। পকৈ অসমীয়া সাহিত্য-