পৃষ্ঠা:Mor Sowarani.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোৰ লোৱা মন নাগগিল। গুৰুদেৱ পোৰামী একুৱে পাৰ-গাৰ আগত এই বুলি মন্তব্য প্ৰকাশ না নিলো ৰে, মই কোনোমতে পৰীক্ষা দিবগৈ পাৰৰ খনি, পাঠ্য-শিক্ষাৰ ফলত মনে, সাধাৰণ শিক্ষাৰ গুণত উত্তীৰ্ণ হবৰ সৰু আশা আছে। সেই গুৰিীত উৎসাহিত হৈ, মোৰ এগৰ লগৰী সেই উদভ্ৰান্ত ঈশ্বৰ প্ৰেমিক বাণী বৈষ্ণব ভকতক লগত লৈ, কহিয়াৰ পৰা ৰিলৈ পৰীক্ষা-যাত্ৰা কৰিলে। নানা অহুবিধা আৰু ভালেমান পায়-অমল এই আহি থাকোতে সেই যাত্ৰাৰ পুৰা এপক্ষ লাগিল। বাটত পঢ়া-শুনাৰে সৈতে সেই নামেই, গা-মনৰ দুখ-ক্লেশৰ সীমা নাছিল। আহাৰ হোৱাত মাখেন ভাগ্যে কিলামুখৰপৰা যোচ্য সহযাত্ৰী পৰীক্ষাৰ্থী এবোৰা লগ পালো। সিবিলাকৰ মাজত মোৰ সমনীয়া বন্ধু অসম উপত্যকাৰ ভূতপুৰ্ব ধূল ইনস্পেক্টৰ ৰায়চাহাব যুত দুৰ্গাধৰ শৰ্মা বৰকটকী আৰু লক্ষেশ্বৰ শৰ্মা চব ডেপুটি কালেক্টৰ, এই দুজনো আছিল। সিবিলাকে মণ্ডলাকাৰকৈ জাহাজৰ মজিয়াত বহি আগন্তক পৰীক্ষাৰ সম্ভৱপৰ প্ৰয় ধৰা-ধৰি, উত্তৰা-উত্তৰি কৰে, মই আচুতীয়াকৈ আঁতৰত বহি থকাৰপৰা একাণপতীয়াকৈ মন পাৰি শুনি থাকে। বাটত পৰীলৈ সাজু হোৱা মোৰ পক্ষে সিমানেই। কিন্তু তাৰপৰা যে সামান্য গুণ পালে এনে নহয়, কেইবাটাও পঢ়িবলৈ বাকী থকা কিতাপ লাগতিয়াল শিক্ষাৰ সমল সেই ছেগতে মই মোৰ মনত বুকিয়াই সামৰি ললো। এনেকুৱা দুৰ্দশাত, ডিব্ৰুগড়ত গৈ আলহী বহাত থাকি কোনো মতে পৰীক্ষাটো দি উঠলো। তাৰপৰা উলাট আহি বাইদেউ আৰু ভিনীহিদেৱক সাক্ষাৎ কৰাৰ উদ্দেশে শিৱসাগৰ সোমালোহি। আহি পোৱা মাকে ভিনীহিদেৱে আগ্ৰহেৰে সুধিলে, “প! পৰীক্ষা কেনে কৰিব পাৰিলি?” মই ততালিকে উত্তৰ দিলে, “পাছ হবৰ আশা আছে; কিন্তু হলেও কথমপিহে।” তেখেতে হৰিষ চিতেৰে এইবুলি বুনি দি কলে, “তোৰ অসীম সাহসিক ধাত্ৰাৰ (adventurous trip) অতিপাত দুঃখ-ক্লেশ আৰু ভয়াবহ অপায়-অমঙ্গললৈ চাই, সিমানেই লাভ হলেও বহুত বুলি ভাবিম।” ফলিতাৰ্থত বাস্তৱতে সেয়ে ৰ'ল। এন্টে মহলত উত্তীৰ্ণ হলো, সেই বাতৰিয়ে মোৰ পুৰনীয় গুৱে চন্দ্ৰ- মোন গোৰামী প্ৰভুৰ মনত অপাৰ আনন্দ লগালে। তেখেতে সেই আনন্দত গগ হৈ, বহুৰ আগত এইবুলি সন্তোষ প্ৰকাশ কৰিছিল—“প মোৰ আটাইতকৈ দুমলীয়া পিপুত্ৰ; আৰু এন্টে পাছ কৰোৱাৰ লগতে মোৰ শিক্ষকতাৰো আধ্যা পৰিল।” তাৰ পাচত এদেৰ গোৰামী একুৱে পেঞ্চন লৈ চকাৰী চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰিলে। কমিয়া গৱৰ্ণমেন্ট, হাইস্কুলৰ একে পাছ কৰো মতে আজি আৰু যোতে এ (ইং ১৮৯• ন)। নগাহিল জিলাৰপৰা পোন-প্ৰথমে এই পাছ কৰা ছাত্ৰ বুলি, নোক গভীয়া বিশেষ তি (Special Hill scholarship) এটা দিয়াবলৈ তেলু কমিচনাৰ যি পোৰ্চ চাহাৰে গমেন্টলৈ লিখালিখি কৰি বৰ যত্ন কৰিছিল, কিন্তু সেই সত সম উপত্যকাৰ শিক্ষা বিলীয় জেনেৰেল ডিপাৰ্টমেন্টৰ লগত পৰীক্ষা নন-লেট বিভাগৰ সৰু নাৰ হেতুকে বি কত কলিয়াই আনি; গতিকে, মই বিভোসা পিতা মোগা .