কমলাবৰীয়া ভকতৰ ভাৱনা 1 অন্তঃসলিলা হয়, সেইদৰে ইয়াৰ পিছত এই কুএ যোক গুটিয়ে শাসক চকু এৰাই বাৰীৰ পিছফালে, নাইবা ঘৰৰ পিছ-চোতালত, নাইবা গৰু-গোহলিত ছেগ বুজি একে-একোখন ক্ষুদ্ৰ যুদ্ধ সঘটন কৰিবলৈ ধৰিলো। ভেকুৰি-গুটীয়া যুঁজাৰু দুটিৰ গাত লতা ভইব ভীম-জৰাস দুটা কালক্ৰমত স্বভাৱতে বিলয় প্ৰাপ্ত হলত হে প্ৰকৃত পত সৎসৰ ব্যাপী সেই দুৰ্ঘোৰ মহাৰণৰ ওৰ পৰিল। ইয়াৰ পিছৰ বছৰত “নৃসিংহ যাত্ৰা” ভাৱনা দেখিছিলোঁ। আকৌ দুই ভাই ভাৱনাৰ ভূতে পালে। বচন মাতি মাতি আকৌ দুয়ো যুদ্ধক্ষেত্ৰত প্ৰবেশ কৰিলে॥ মনত আছে এদিন মই হৰিণ্যকশিপু হৈ- “ৰহৰে ৰহ ৰহ ভ্ৰাতৃবৈৰী হৰি! হাতে শূল ধৰি পাঠাইবো যম নগৰী।” এই বচন মাতি হাতত লাখুটি এডাল লৈ নৰসিংহ হোৱা মাথ ককাইদেওৰ ফালে চোচা লওঁতেই কলিৰ হিৰণ্যকশিপুতকৈও ডাঙৰ ককা শ্ৰীযুত ৰবিনাথ মাজুলৰ বৰুৱা আহি কৰবাৰ পৰা হিৰণ্য- কশিপুৰ ওপৰত পংকৈ পৰিল। নিমেষতে নৰসিংহ ফিৰিঙটি ভগাদি ভাগি অদৃশ্য হৈ মাৰিল, কিন্তু হিৰণ্যকশিপুৰে কাণ-মলা খালে। মনত আছে, এবাৰ ভাৱনাত এটা ভাও দিয়া হৈছিল, তাৰ নাম মলা খৰিকীয়াৰ ভাও। মঙ্গলাই খৰি কাটিবলৈ হাবিলৈ বৰলৈ ওলাইছে, কিন্তু সেইদিনা আছিল নলবাৰ। ওচৰ চুবুৰীয়াই বাৰটো বেয়া দেখি মালাক এৰি কাটিবলৈ বিলৈ যাবলৈ হাফ দিলে; কি বলাই সুনিলে, ফলত এলাক বাৰে বালে। তাৰ সভাৰত পিতা, বিনা কা আৰু আন আন হেৰে সৈতে আমি বহি তাও চাই নামেই। মলাই ৰিপুৰি থাকোতেই নেই তা