শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰমাধৱদেৱ বঁটা অগিত লৈ বহি পণ্ডিতৰ সমুখ হল। পণ্ডিতে চণ্ডীবৰক শুধিলে “তোমাৰ বসতি কত? সেই গ্ৰামব নাম কি? চণ্ডীবৰে উত্তৰ দিলে “গোগৰীয় গ্ৰামত আমি থাকে। পণ্ডিতে সেই কথাৰ ব্যাখ্যা কৰি উপহাস কৰি কলে “একেই গৰু, তাতে গৰীয়া!" চণ্ডীবৰে পণ্ডিতক শুধিলে ‘অপোনা বা বাসস্থান কোন গ্ৰামত?” পণ্ডিতে উত্তৰ দিলে- পোতনি গ্ৰাম। এই উত্তৰ শুনি চণ্ডীবৰে ব্যাখ্যা কৰি কলে চাউল সিজালে ভাত হয়, তাত পানী দিলে পোতনি হয়, সেই পোতনি পৰা ঠাইক গৰুৰ গোববেবে শুচি নকৰিলো অন দ্ৰব্যেৰে সি শুদ্ধ নহয়।” এই কথা শুনি সভাসদসকলে গিৰ্জনি মাৰি হাঁহিলত, পণ্ডিতে লজি পাই সভাৰপৰা উঠি গুচি গল। ভ নাৰায়ণ ৰজাই এই কাৰ্যত চণ্ডীবৰৰ ওপৰত বৰ সন্তুষ্ট হৈ তেওঁক দেবীদাস নাম দি মাটি-বাৰী দি ঘৰ-দুৱাৰ সজাই দিয়াই সমান কৰি ৰাখিলে। (৪) দেৱৰ পুত্ৰ চণ্ডীৰ বা দেবদাস। ৰাজৰ। (ভাৰ্যাৰ নাম দেৱৱতী)। ! 1 হলায় সূৰ্যবৰ (ভাৰ্যা, যেসুতী) জনতা (ভাৰ্য, খেৰ- সৰি দ্বি: ভf) মাধৱ (ভাৰ্য, খেৰ- সূতীৰ তৃঃ ভগ্নী) (ভাৰ্য, খেৰ- সূতীৰ চঃ ভগ্নী) 1 1 মাধৱী দলৈ কুসুমবৰ। (ভাৰ্যা, (১) সভা- সন্ধ্যা, (২) অনুবৃতি) শতানন্দ (ভাৰ্য্যা নাৰায়ণ প্ৰিয়া) বতিকান্ত হাতী সত্য-কৰদেৱ অনু-বনগাগিৰী জগত বা মৰা ওপৰত কৈ অহা “জোনাকী’ব প্ৰবন্ধত এই বংশাৱলীৰ অলপ লৰচৰ আছে; গতিকে, তাক তলত দিলো;-“সুপ গিৰী, কৃষ্ণদে গিৰী, ৰামদেৱ গিৰী, হেমদে গিৰী, গন্ধৰ্বদেৱ গিৰী, সুবৰ্ণ গিৰী, হৰিবৰদেৱ গিৰী, কৃষ্ণকান্তি দেৱী, লণ্ডাদেৱ গিৰী, চণ্ডীব বা দেবীদাস, ৰাজধৰ। ৰাজধৰৰ চাৰি পুতেকসূৰ্যৰৰ, জয়ন্ত, মাধৱ আৰু হলায়ুধ। সূৰ্যবৰৰ পুতেক কুসুম গিৰী, কুসুমৰ পুতেক শঙ্কৰ। শঙ্কৰৰ তিনটি লৰা আৰু দুজনী ছোৱালী,—বিষ্ণুপ্ৰিয়া, ৰমানন্দ, কমললোচন, হৰিচৰণ, আৰু ৰুক্মিণী। ৰমানৰ পুতেক পুৰুষোত্তম। জয়ন্ত পুতেক শোনল, তেওঁৰ পুতেক ৰামৰায় বা জগদান। মাধৱৰ পুতেক হাতীলৈ তেওঁৰ পুতেক ৰতিকান্ত। হলায়ুধ নিঃসন্তান।”