উদ্যোগ পৰ্ব্ব শ্ৰীকৃষ্ণৰ আগমন বাৰ্তাত স্বতৰাষ্ট্ৰৰ নগৰ জাতিঙ্ক্ষাব বৈশম্পায়ন দতি শুনিয়ো নৰেশ্বৰ। আত অনন্তৰে ধৃতৰাষ্ট্ৰে নৃপবৰ॥ ২০৩৪৭ বিছুৰক দ্ৰোণক ভীষ্মক নিলে মাতি। ভূৰিশ্ৰৱ৷ সমে আৰে৷ যতেক নৃপতি॥ দুঃশাসন দুৰ্যোধন সমে শত ভাই। কৰ্ণ অশ্বত্থামা গান্ধাৰীয়ো সেহি ঠাই। ২০৩৪৮ নিশাভাগে সভাখান ভৈলেক ডাঙ্গৰ। মধ্যত ৰহিলা ধৃতৰাষ্ট্ৰ নৃপবৰ॥ আনো ৰাজাগণ বসিলেক সভা চানি। সবাকো সম্বুধি ধৃতৰাষ্ট্ৰে বোলে বাণী॥ ২০৩৪৯ বুকস্থলে আসি ৰহিছন্ত যদুৰায়। কালি প্ৰভাততে আশিৱস্ত মোৰ ঠাই॥ পাণ্ডৱৰ অৰ্দ্ধৰাজ্য খুজিবাক মনে। দূত হুই আপুনি আসিলা নাৰায়ণে। ২০৩৫০ দিবো বা নিদিবো কোন খানি হোৱে ভাল। আলোচিয়! তুমি সবে কহিয়ো সকাল॥ মোৰ মনে ৰাজ্য দিবে নাহিকে কিঞ্চিত। আৰ কি পাণ্ডৱে কৌৰৱক দেখে হিত॥ ২০৩৫১ সৰ্ব্বকালে বৃকোদৰ দাৰুণ কপটী। পাশা খেলি কৌৰৱে কৰিছে লটিঘটি॥ আৰে৷ ৰাজ্য পাইলে কৌৰৱৰ হৈবে কাল। গুণি চোৱা গুৰু দ্ৰোণ কোন খানি ভাল॥ '৫২ শিশুকাল হন্তে জানো ভীমৰ মহত্ত্ব। পাণ্ডুপুত্ৰ পাঞ্চ তাৰা মোৰ একশত॥ একদিনা শিশুগণ সবে লগ লই। ফল খাইবে প্ৰতি গৈল ভীমত নকই॥ ২০৩৫৩ অমৃত সমান ফল পৱিত্ৰ কোমল। তাতে গৈয়া চৰিলন্ত ছালসকল॥ SOUS ভীমৰ মূৰ্ত্তিক দেখি বালকসকল। কৰে কাণ৷ কাণি বোলে হেৰা পাইলা কাল '৫৫ নোখোজস্ত ফল কাতো বোলে খাইবো মাগি। ছাৰিবে খোজন্ত সবে বৃক্ষ পৰে ভাগি॥ মোক এৰি আসিলে মনত কোপ কৰি। জঙ্কাৰিবে লাগিল বৃক্ষৰ মূলে ধৰি॥ ২০৩৫৬ ডাল ভাঙ্গে ফল সবে যত শিশুগণ। পৃথিৱীতে পৰি সবে হৱে অচেতন কতো শিশুগণ আতি মৰণক ভয়। গাছত সাৱটি ধৰি কাতৰ কৰয়। ২০৩৫৭ ক্ষমা কৰা বৃকোদৰ আমাক ৰাখিয়ো। সৱে ফল দিবে৷ মোৰ প্ৰাণ নমাৰিয়ো॥ আজি হস্তে লাগ লৈবে৷ নপাৰিবে। গালি। সৰ্ববদায়ে থাকিবে৷ তোমাৰ আজ্ঞা পালি॥’৫৮ হেন ভীম স্মৰস্তে মোহোৰ ধাতু যায়। সবে মান লুব্জিবে যাপি ৰাজ্য পায়॥ এত হস্তে সভাখান আকুলিত ভৈল। হুৰ হুৰ শৱদে ৰোলেক উঠি গৈল॥ ২০৩৫৯ সাধুৰ আনন্দ দুৰ্জ্জনৰ মনে কষ্ট। বোলে কি কাৰণে আসে মাধৱ অনিষ্ট অন্যে৷ অন্যে বোলে যাৰ যেন অভিপ্ৰায়। ভীষ্মে উঠি বোলম্ভ ৰাজাৰ মুখ চাই॥ ২০৩৬০ শুনা শুনা বাপু ধৃতৰাষ্ট্ৰ মন কৰি। প্ৰভাততে কালি শুনো আসিৱন্ত হৰি। যাক দৰ্শনে হবে সবে কৰ্ম্ম নাশ। ব্ৰহ্ম৷ গৌৰী শঙ্কৰে কৰম্ভ অভিলাষ। ২০৩৬৯ কালি হেন কৃষ্ণক দেখিবো নেত্ৰ ভৰি। কি মোৰ আনন্দ সুমৰম্ভ হৰি হৰি॥ গোষ্ঠি উদ্ধাৰক পাণ্ডৱত পৰে নাই। যাৰ ভক্তিবলে হবি কিন্তুৰ পৰাই। ২০৩৬২ যাক ধ্যানে যোগীৰো নিৰ্ম্মল হোৱে মন। বৃকোদৰে ফুৰি চাই ছৱাল নেদেখি। পাচে পাচে খেদি গৈল খোজক নিৰেখি। ১০৩৫৪ সপুত্ৰবান্ধৱে তান পুজিয়ো চৰণ॥ লাগ পায়৷ বৃক্ষৰ গুৰিতে ভৈল থিয়। দেখি শিশুসকলৰ উৰি গৈল জীৱ॥ গোবিন্দ আসিলে হেন কৰিবাক লাগে। আপুনাৰ ৰাজ্যখান এনি