সমললৈ যাওক

পৃষ্ঠা:ৰবীন্দ্ৰ প্ৰতিভা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰবীন্দ্ৰ প্ৰতিভা
১১
 

উদয় দিগন্তে শঙ্খ বাজে
মোৰ চিত্ত মাঝে
চিৰ মুতনেৰ দিল ডাক,
পচিশে বৈশাখ।

মৃত্যু দিন ক্ৰমে ক্ৰমে আগবাঢ়ি অহাৰ চেতনাই কবিক অতি তীব্ৰ বেদনা দিছিল। পৃথিৱীক আৰু ৰূপ ৰস গন্ধ ভৰা প্ৰকৃতিক যে হৃদয়ৰ কি গভীৰ অনুৰাগেৰে ৰঞ্জিত কৰি আপোন কৰি লৈছিল তাক অতি ব্যথিত সুৰেৰে বাৰে বাৰে কবিয়ে ব্যক্ত কৰিছে।

“তাই ক্ৰমে ফিৰায়ে নিতেছ শক্তি, হে কৃপণা
চক্ষুকৰ্ণ থেকে আড়াল কৰেছ স্বচ্ছ আলো
আমাতে তোমাৰ প্ৰয়োজন।

* * *

শিথিল হয়েছে, তাই মূল্য মোৰ কৰেছ হৰণ
দিতেছ ললাট পটে বৰ্জণেৰ ছাপ।

* * *

আকৌ, “যাবাৰ সময় হ’ল বিহঙ্গেৰ এখনি
কুলায় ৰিক্ত হবে:
কত দিন এই বসুন্ধৰা।
আতিথ্য দিয়েছ, কভু আম্ৰ মুকুলেৰ গন্ধ ভৰা
পেয়েছি আহান বাণী ফানেৰ দাক্ষিণ্য মধুৰ।