পৃষ্ঠা:হেমকোষ.pdf/৯৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হন্তু যোৰ কৰু। হাতী- হা যোৰ কৰ, কষোৰ কৰু, মমভাৱে প্ৰাৰ্থনা কৰ; যেনে, মই হাত যোৰ কৰি মাতিছে; ভঙ্গিৰ লোকে দিয়া কোনো ব শৰলৈ নম্ৰভাবে দুয়ো হাত লগ লগা; যেনে, গোৰ্মইৰ নিৰ্মালি শিষ্যে হাত যোৰ কৰি লয়, to join the hands, as in carnest supplication, or to receive something froin a superior. হাত্ লগা, স্পশ কৰ, ছে; যেনে, তাৰ গতি হাত নলগাবি; কোন কামত নিযুক্ত ই; যেনে, মই সেই কামত হাত নলগাও, to touch, to be engaged in an undertaking হাত্ সাৰ, মুক্ত হ, টানৰ পৰা মুক্তি পা; যেনে, “মৰে যি, দুখৰহাত সাৰে সি,” to be free from trouble or difficulty. হানি, বি. সদায় হাতত ৰখা বা সদায় ব্যৱহাৰ কৰা; যেনে, হাতনি পপড়া, con- stantly used. . হভূ-আখৰ, স. শ. আপোন হাতে লিখা 447, one's own hand-writing. হাতৃ-আখৰুৱা, বি আপোনাৰ হাতেৰে লিখা; যেনে, হাত আৰুৱা খত, wi'it- ten in one's own land writing. হাতালি,স, শ. কোনো বস্তু ওপৰলৈ দলিয়াই আকও হাতেৰে ধৰা ধেমালি, a game of pitch and toss. হাতালি কৰ, কোনো বন্ধু ওপৰলৈ দলিয়াই আকও হাতেৰে ধৰ্ব; যেনে, খুৰেৰে হালি নকৰিবি, to toss up a thing and catch it again. হাষ্ঠী, স. শ(সং, হস্তী, এবিধ জ) গজ, কী, এবিধ ৰ থকা ৰ চাৰি- ঠেীয়াজ, an elephant. হাভী-কেৰেলা, স. শ. এবিধ বনৰীয়া কেৰে- শাৰ নিচিনা ফল; তাৰ গ', a kind of wild creeper and its fruit. হাতী-খুৰা, স, শ, এবিধ ইট হাতী-গলি, গালি জাতিৰ বন, ৪ kind of thorny herb. 1 হাতে-হাতে। স, শ, (অং, হাতী, হস্তী+চো বন জৰ ঠাই) হাতী থুক। ঠাইলৈ গৈ হাজী ধৰা মানুহ, an elephant catcher. জোক, স, শ. এবিধ বৰ ডাঙ্গ চেলা- পেট বা পানীৰ লোক, a kind of large leech. হাড়ী-ভু, স. শ. হাতীৰ দীঘল বাহিৰলৈ ওলোৱা দুটা আঁতৰ এট, the tusk of an elephaut, ivory. হাতী, স. শ. (অং. ভাতী) ধাতুৰ ৰখ গঢ়া শালৰ জুইত বায়ু লগোৱা যতন, ভাতী, a bellows. হাতী-পটি, স. শ. (অৎ, হাতী, হী+পাট, বাট) হাবিত হাতী যোৱা বাট; আকাশত বাটৰ নিচিনা দেখা সৰু সৰু তৰাৰ শাৰী, a track of cleplant in the jungle, the milky way. হাতী-ভেঁকুৰী, শ, শ, এবিধ ভেঁকুৰীৰ নিচিনা, কিন্তু তাতকৈ ডাঙ্গৰ গছ, a kind of thorny shrub. হাতীশুৰীয়া, বি, হাতীৰ শুৰৰ নিচিনা, re- sembling the trunk of an elephant. 37. st. caffy Th, a kind of herb. হাতী-হিমেজু,। স, শ, { অং. হাষ্ঠী + হাতী-হেমিজু, হিমেজু, হাতীৰ মদবাৰি } বলিয়া তিওৱা হাতীৰ কাণসাৰ পৰা বোৱা ৰস, সি এবিধ মোহনী বুলি খ্যাত, the fluid flowing from the temples of an elephant in rut, supposed to be a filtur. হাতে-পতি, ক্ৰি, বি. প্ৰতি হাতে, প্ৰতি হাতত, in each or every hand. হাতে-লোতৰে ধৰ, চুৰকৰা বৰ হাতত থাকোতেই, এতেকে কোনো কেয়া কাম কৰি থাকোতেই, ধৰু বা দেখা; যেনে, চোৰাক হাতে লোঙ্কৰে ধৰিলে, to catch in the very act of stealing, to catch red-handed. হাতে-হাতে কি, বি. এজনৰ হাৰ পৰা আনজনৰ হাতলৈ; যেনে, হাতে গড়ে