পৃষ্ঠা:হেমকোষ.pdf/৯৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্থানীয় স্থানীয়, বি, কোনো এক ঠাইৰ যেনে, স্থানীয় fants, local. স্থা স্থিতি, স. শ. (সং. স্থান, ঠাই + স্থিতি, থকা} নিশ্চিতকপে থকা ঠাই, অনেক কাল স্থিৰভাৱে থকা স্থান; অঘৰীৰ স্থান-স্থিতি নাই, a fixed hahi- tation. স্থাপ, সধা, (সং. স্থা, থা) স্থাপন কৰ, স্থিত কৰ; যেনে, • ইন্দ্ৰক আপিল ছলে বলি নিকালি," to place, tv establish. স্থাপক, স. শ. স্থাপন কৰোভা, পাঠে; যেনে, এই সজৰ স্থাপক শঙ্কৰ দেৱ, ah establisher, nne who places or fixes. স্থাপন, কৃ. স. খোৱ বা প কাৰ্যা, TEXT, the act of placing or estab- lishing. স্থাপিতৃ, কদ, বি. খোৱা, স্থাপন কৰা, পতা; যেনে, শঙ্কৰ-পিত স, placed, established, স্থায়িত, ও, শ, তললৈ চোৱা} স্থিতাপি; একে ঠাইতে বা পদতে অনেক কাল থকা অৱস্থা, stability, durableness, con- tinuance in one place or situation. স্থায়ী, বি. (সং. স্থায়িত্~-স্থা, থাক্‌+ ইন্) অনেক কাল নষ্ট নহৈ থাকিবৰ যোগ্য, দৃঢ়, শকত; যেনে, পকা ঘৰ স্থায়ী হয়; একে পদ বা ঠাইতে অনেক কাল থকা; যেনে, তেওঁ স্থায়ী বিষয়া, durable, stable, continuing in one place or situation. স্থাৱৰ, বি. (সং. স্থা, স্থিৰভাৱে থা) একে ঠাইতে স্থিৰে থকা, লৰি চৰি ফুৰা, স্থানান্তৰিত কৰিব নোৱৰা; যেনে, ঋৱৰ সম্পত্তি, fixed, immovable. . শ. লৰচৰ নকৰা বস্তু; যেনে, ঘৰ, মাটি, গছ ইত্যাদি, an immovable thing, soine- thing that does not move abont. স্থি, কৃ. বি. অৱস্থিতি কৰা, থকা, staying, fixed. . স্কিপি, বি. (সং. 'স্থিত, ঐস্থিৰভাৱে অনেক দিন থকা, চিৰস্থায়ী; যেনে, অঘৰীৰ স্থিতাপি ঘৰ নাই, fixed, per- manent. স. শ. স্থায়িতা, নিবাসৰ স্থিৰতা, একে ঠাইতে বা পদতে অনেক দিন থকা W6), fixedness of abode, cortinu- anee in one place or situation. স্থিতি, স. শ. (সং. স্থিতিস্থা, থাক্‌} অল্প- স্থান, থাক, একা কাৰ্য, the act of staying, residence. স্থিৰ, বি. { সং. স্থিৰ—-, ঐ) অলৰ, লৰচৰ নকৰা; গহীন, গম্ভীৰ; নিশ্চিত, ঠিক

    • ), tirm, fixed, steadly, settled,

ascertained. স্থিত, বি. কোনো এটা বা এজনতকৈ অধিক স্থিৰ; যেনে, তাতকৈ ই স্থিৰতৰ, firmer, stcarier. স্থিৰতা, গু. শ. লৰচৰ নকৰা বা গহীন গুণ; fansyul, firmness, steadiness, cer- tainty. স্থিকৃত, বি. (সংস্থিৰীকৃত-স্থিৰ, নিশ্চয় কৃত, কৰা) নিশ্চয় কৰা, নিশ্চিত, estab lished, ascertained. স্থিৰে, ক্ৰি. বি. স্থিৰ হৈ, লৰচৰ স্থিভাৱে, নকৰাকৈ, firmly, stealily, without moving . স্থিৰজুৰ, বি. { সং. স্থিৰ, গহীন + জুৰ, শান্ত) শান্ত, গহীন, গম্ভীৰ; যেনে, স্থিৰ জুৰ লৰা, calm and quiel. স্কুল, বি. (সং, স্কুল-স্কুল, বৃহৎ হ) শক, পুষ্ট, মোটা, fat, bulky. স্থূলতা, ৪. শ. (স.) পুষ্টভ, fatales, bulkiness. স্থৈৰ্য, গু. শ. (সং. স্থৈৰ্য—স্থিৰ, অলৰ } স্থিৰতা, লৰচৰ নকৰা বা গহীন গুণ; fametot, firmoness, steadiness, ver- tainty. স্না, স, শ. (সং. গান, গা ধো) গা-ধোৱা কাৰ্য, the aet. of bathing, ablution. স্নানীয়, বি. স্নানৰ নিমিত্তে প্ৰয়োজনীয়। যেনে, পানীয় জল, ahlutionary, to be libed when bathing,