পৃষ্ঠা:হেমকোষ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আখেজ আগ বঢ়। আখে, স. শ. {ফা.) হিংসা, দ্বেষ, অপকাৰ কৰিবৰ ইচ্ছা, malice, ill-will. আখৈ, স, শ, (সং. খদিকা, বং, খই, ধান ভাজি কৰা এবিধ খাদ্য) ভজা ধানৰ ফুলি উঠা চাউল, parehed paddy or indian-corn free from the husk. আখৈ-গড়ীয়া, স. শ. (অ, আখৈ, ঐ+ গড়, এডোখৰ কাঠ বা বাঁহ) ভালকৈ নুফুটি কাঠ যেন হৈথকা আখৈ, wholly parelie«[ paddy, &c., or indian-corn with the husk on. আখৈয়া, বি. আখৈৰ নিচিনা, lik parcelied paildy, &e. আখৈয়া-গোম, স, শ. (অং. আখৈয়া, ঐ +গোম, এবিধ সাপ এবিধ ডাইল সাপ, ( তাৰ গাত আখৈৰ নিচিনা ফুটফুটীয়া থাকে, এতেকে সেই নাম , a species of poisonous snake. . আখৈল, স. শ. (অ. আখৈ, ভজা ধান। লাভু, মিঠৈ) আখৈ আৰু গুড় বা চেনিৰে ty fact, a kind of sweetnient made of akliai and sugar. আখ্যা, স. শ. { সৎ, আ, উপস.+খ্য, ক} 777, 72.7601, a name, a title, আখ্যান, স. শ. উপাখ্যান, সাধু-কথা, উপ- 17, a tale, a story, a fable. আগ, স. শ. (সং. অৰ্থ, মুখৰ ফাল। মুখৰ কাল; প্ৰথম ভাগ; ওপৰ বা মূৰ, the front; 1)e firet part; the top or lead. বি. আগ ফালৰ, সমুখৰ, পাচৰ বিপৰীত; যেনে, আগ ঠে, আগ ফাল, fore, front. আগ আন, প্ৰথম দিন। দোৱা ধানৰ এ গ উৎসৱ কৰি ঘৰলৈ আন্, to per- form the ceremony of bringing a portion of the paddy reapel on the first day of the harvest. আগ কৰু, ডাঙ্গৰ লোকক ভেটাই দি; যেনে, বিদেশ মানুহক কটকীয়ে ৰাৰ আগ কৰে; বিচাৰকৰ আগলৈ নি; যেনে, কলাই পৰকীয়াক হাকিমৰ অগ কৰে; পূজাম্বৰূপে দেৱতাক দিবলৈ অঙ্গীকাৰ কৰ; যেনে, নৰিয়াই বৰ সৰাহ আগ fas, to present or introduce to a superior; to produce before a court; to promise, as an oblation to a god. আগৃ-চাউলদিয়া বিয়া, মুনিহ-তিনোক ভাৰ্যা-স্বামী-স্বৰূপে লগ লগোৱা এটা কাৰ্য। এই কাৰ্য শাস্ত্ৰ-সিদ্ধ নহয়। কোনো এক পূৰ্বে নিৰূপিতদিনত দৰা- কন্যাক একে লগে বহুৱাই এটা বামুণে, তাৰ অভাৱত নিমন্ত্ৰিত ভিৰোতবিলাকৰ এজনীয়ে, এটা গুণ গাঁঠি বান্ধে, আৰু সকলোৱে দৰা-কন্যাৰ মূৰত দূৰ্ব্বা-আৰৈ চাউল ছটিয়াই আশীৰ্বাদ কৰে। এয়ে হলেই বিয়া হয়। কামৰূপত এই কাৰ্য্য afro ofere, a ceremony of uniting a man and woman as Inshand and xife. In this ceremony, wluich is not consonant with the shastras, the man and woman intended to be united are seater together, and a Brahman or in his absencc one of the women invitert to the cere- anony ties the 19ual nuptial knot, and then all the persons presènt xeatter raw rice and the sacred Durla or bentgrass invoking bles- sings upon the couplo; which done they are lookedł mon as legally married. This practice to sone ex- fent prevalent in Kamrup. আগ বঢ়াই আ, কিছু দূৰলৈ গৈ আদৰ কৰি apst asiti optat, to go forward and reecive with politeness or respecte আগ বঢ়াই থ, কোনো লোক কোনোঠাইলৈ যাওঁতে কিছু দূৰলৈ লগত গৈ তেওঁক বিদাষ fw, to accompany one to a short distance, to see one depurt. আগ বাছ, আগলৈ গতি কৰ; আগেয়ে য; cent, to move forward, to advance, to precede of go aheaul; to excel,