পৃষ্ঠা:হেমকোষ.pdf/৯৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| সেদ্ৰীয়, বি. সেন্দৰৰ দৰে ৰঙ্গা, tel. তাপ দিয়া তাপ স্বগ, ভাপ দি; তাপৰ দ্বাৰা টান বা সিদ্ধ কৰ, to foment, to apply heat to, to roast, to toast. স. শ. সেখ, বেদনা গুচিবলৈ বা আন কোনো ইচ্ছাৰে দিয়া তাপ, fomen- tation, application of heat for any purpose. , স, শ, { অং. সেক, তাপ) সেকেটা, বেয়া কামৰ প্ৰতিফলস্বৰূপে পোৱা কষ্ট, চোকোটা; যেনে, ডাঙ্গৰৰ কথা নুশুনাৰ সেকা পাল; জৰত পা CHY373 078747), sufferings brought on by one's own misdeeds or folly. . সেঙ্গেটা, বি. জাৰত সাৰ নথকা ( মানুহৰ গাত মাথোন খাটে}; যেনে, হাত দুখান CHCOUY 01, benumbed from cold. সেঙ্গটা কাগ, জাৰত সাৰ নথকা হ; যেনে, গাটো সেঙ্গেটা লাগিল, to be benumbcd. সেচ, স. শ. (সং. সেচক--ষি, ছটিয়া) ছটিয়াওঁ, সিচোতা, & sprinkler, onle wlio scatters. সেচ, কদ, স. ছটিওৱা বা সিচা কাৰ্য, the act of spriukling or scattering. . সেতু, স. শ. ( সৎ, সেতু-সি, বা) পানীৰ মাজে বন্ধা আলি; পথাৰৰ আলি, a causeway, a dam across a paddy tield. সৈতু, স. শ. এবিধ ধাতু, a kind of metal, সে কপ, “যেভূকপৰা চোৱা। সেনা; স. শ{সং. সেনা--স, সৈতে+ ইন, অধিকাৰ, সেনাপতিৰ লগত থাকে, এডভকে) কটক, সৈন্ত, ফৌজ; এজন foonyet sy twyfe, an army, a com- mon soldier. সেনাপতি, স. শ. ( স. সেনাপ—িসেনা, কটক+পঙি, পৰাকী) সৈৰ অধিকাৰ, সেনাবিলাকক চলাওঁ, the leader of au army; a general. সেনাপতিত্ব, গু. শ. সেনাপতিৰ পদ বা ক্ষমতা, generalskip. সে, স. শ. “সি” চোৱা। সেৰী পমা, স. শ. “পমা” চোৱা। সেপ, স. শ. (সং. ঈৱন, বং, ছেপ, খুই) মুখৰ ৰস, ধুই, spittle. সেপ দে, ধুই গি, to swallow spittle, সেমেকৃ, অ, ধ, (সং. হিমক, নিয়ৰ) নিয়ৰ পৰাৰ দৰে অলপ ভি, আঃ হ, জে, to he damp or moist. সেমেকা, স. ধা, অলপকৈ তিয়া, আ কৰ, জেকা, to damp, to moisten. বি. অলপ তিত, আ, জেকা, damp, moist. সেমেনাসেমেনি, স. শ. লাজ বা অপমানত কলা পৰি যুখ ইফাল সিফাল কৰা কাৰ্য্য, the act of being abashed or con- fused with shame. সেতীয়, স. শ. (সং. সহমৃত, একে লগে মৰা মৰাৰ লগত চিতাত পুৰি মৰা মত 7 fuc tuy, a person who burns himself or herself with the corpse of a deceased person. সেয়ে, ব্য, স. { অং. সি+এ) সেইটোৱেই, সেই মানুহেই, atrige, that very person or thing. সেৰু, স. শ. (হি. বং সেৰ, চাৰি পোৱা) চাৰি পোৰ, আশ টকাৰ জোখ, a seer or eighty tulaht. সেবা, স. শ. { অং, সি, তেজ চলা নাড়ী) সিৰৰ দৰে গোটা আৰু দীঘলীয়া বন্ধু যেনে, পাঁজি সেবা। এছাৰি আদিৰ কোবৰ উঠঙ্গা সঁচ, a long, slender and round thing, as a wisp of cotton prepared for spinning, a wale, a raised mark left by a stripe. সে বান্ধু, সে হ, এছাৰিৰে কোৰোৱাৰ দৰে উঠা সাঁচ হ, to be left as a raised mark by a stripe. সে-খৰি, স, শ, গোটা জাগৰ খবি, ৫ piece of large unsplit fire wood