পৃষ্ঠা:হেমকোষ.pdf/৯২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰি, বি. (সং. সদৃশ, তুল্য } তুল্য, একে প্ৰকাৰৰ, একে দূৰৰ; যেনে, “ কুমে ৰঞ্জিত লক্ষ্মীমুখপ সৰি,” similar, like, সৰিবৰি, বি. প্ৰচুৰ, বহুত, বিস্ত , অক্ষয়, abundant, inexhaustible. সঁৰিয়হ, স. শ. (সং. সৰ্ষপ, এবিধ গুটি। এবিধ তেল জন্মোৱা গুটি আৰু তাৰ গছ, mustard keerl and its plant, rape. seed. Brassica juncea. (Watt). সৰিণ, স, শ. {সং. সৰীসৃপ ---সৃ, গতি ক) সাপ, a snake. সৰু, বি. (সং. সৰু, ক্ষুদ্ৰ, গতি কৰ, শীদ্ৰে গত বা শেষ হয়, এতেকে ক্ষুদ্ৰ; যেমে, সৰু পুখুৰি; কনিষ্ঠ, পাছে ওপা; যেনে, সৰু ভাই; সামান্য, অধম; যেনে, সৰু মানুহ; মিহি; যেনে, সৰু সূতা, suall, little, younger, inferior. *. শ, লৰা কাল; যেনে, সৰুতে, সৰুৰ পৰা, childhooil. সৰু আই, স, শ, { অ.. সৰু, ক্ষুদ্ৰ + আই, বসন্ত) মুতি, পানী চামৰি, the clhicken- pox or water-pox. সৰু গঠি, স. শ. (সং. সৰু, ক্ষুদ্ৰ+গঠি, জোৰা) ভৰি আৰু কলা ফুলৰ মাজৰ catall, the ankle joint. সৰু দৈয়া, বি. (সং. সৰু, মিহি + দৈ, কাঠী) মিহি কাঠীৰে সজা; যেনে, সৰু Calafat, made of thin wicker. সৰু পানী, স. শ. (সং. সৰু, অলপীয়া + পানী, জল, অলপ পানীৰেই শুচি হোৱা যায়, এতেকে) ক্ষুদ্ৰ শৌচ, প্ৰস্ৰাব, মূত, urine, সৰুপানী ছো, প্ৰস্ৰাৱ কৰ, মূহ, to make water, , সৰুৱা, স. বা. (অ, সাৰ, ৰক্ষা পৰু ) আপ- দৰ পৰা ৰক্ষা পেল, to cause to esape from danger. সৰোহু, স, শ, (সৎ সৰোজ-সৰ, সৰো- বৰ+ জন, উৎপন্ন হ পদ্ম, পদুম, a lotus. সৰোৰ, স, শ, (সং, সৰোৱৰ সৰ্বক। পুখুৰি বৰ, বৃহৎ ) ডাঙ্গৰ পুখুৰি, পদুম গজা এখান ভাঙ্গৰ পানী, a large tunli, a lake. সৰোৰুত্, স. শ. (সং, সৰোহ সৰস্, সৰোব+ কহ্, উই) পদ্ম, পদুম, a lotus. সৰ্গ, স. শ. (সং. সৰ্গ---জু, নিৰ্মাণ কৰ} পুথিৰ আধা, a sliapter. সৰ্গদেও, স. শ. (সং. স্বৰ্গদেৱ, স্বৰ্গৰ দেৱতা) অসম ৰজাৰ উপাধি, a title of the Assam Raja, (lit: God of heaven), সৰ্গৰীয়া, বি. (সং. অনৰ্গল, অবাধে সৰিীয়া, উচ্চাৰিত থকা নলগা, কতো নলগাকৈ মাতিব পৰা; যেনে, শ্লোকটো সৰ্বগৰীয়া হোৱা নাই; বন্ধু নোহোৱা, মুকলি; যেনে, কফ নথকা ডিঙ্গি সৰগৰীয়া, ১ving smoothly, wolstructed as a passage. সপ, স. শ. (সং, সৰ্প-সৃপ, গতি কৰ} সাপ, a snake, সপৰঞ্জ, স. শ. (সং. সৰ্পৰাজ—সৰ্প, সাপ + ৰাজ, বজা) সাপৰ ৰজা, বাসুকি, a1 cpithet of Petsýki the king of serpents. (Hauglaton). সৰ্ব্ব, বি. সৰ্ব্ব. (সং. সৰ্ব্ব---সৰ্ব্ব, গতি কৰ) সকলো, আটাই, all, whole, entire. সৰ্বগ্ৰাস, স. শ. (সং. সাৰ্নগ্ৰাস সল্প, সকলো+ খাস, গৰাহ) চন্দ্ৰ বা সূৰ্য্যক গোটেই ঢাকা গ্ৰহণ, a totall eclipse. সৰ্বজন, বি. (সং. সল্প, সকলো + অং. জা, জনা) সৰ্ব্বজ্ঞ, সকলে জমা, (ঈশ্বৰত খাটে ), all wise, onniscient. সৰ্বজ্ঞ, বি. (সং. সৰ্প—সৰ্ল, সকলো+ জা, জান্) সকলে অনা, all wise, omniscient. (ঈশ্বৰত খাটে। সৰ্ব্বজ্ঞতা, ৪. শ. সকলে জনা গুণ বা শক্তি, omniscience. সৰ্বাকৃ, বি. (সং. সৰ্ব্ব, সকলো + অং ঢাকা, আচ্ছাদন কৰা সকলো বেদনাতে খটা, সকলো প্ৰকাৰৰ পড়া উপশম কৰা; যেনে, সৰ্ব্বাক মন্ত্ৰ; সৰ্ব্বক দৰব। সকলো ঠাইতে প্ৰচাৰিত, সকলোৱে জনা; স,