পৃষ্ঠা:হেমকোষ.pdf/৯২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্ভাষা সম্ভাষণ, the act of sFeaking to or addressing. . সস্থাষা, স. শ. সাক্ষাৎ হৈ কৰা আলাপ বা কথোপকথন; যেনে, তেওঁৰে মোৰ সম্ভাষ নাই, an interview and coll- versation. সন্ধু, কদ, বি. (সং. সভূত--সং, উপস, + , হ) উৎপন্ন, জন্ম, হোৱা, po)- duced, boun সয়-সমুথা, স. শ. (সং. সদ্ভূয়স খান সস্তুষ, একে লগ হোৱা + সমুথান, ব্যৱসায় কোনো ব্যৱসায় বা বেহা কৰিবৰ নিমিত্তে লগ বন্ধ কাৰ্য, Toast- nership in business. সঙেদ, স, শ, (সং, সম্ভেদ, অস, উপস. + ভিদ, ভেদন ক) সাৰ মৰ্ম্ম, ভিতৰৰ ভাৱ, গূঢ় অভিপ্ৰায়; যেনে, এই কথাৰ সম্ভেদ পোৱা নাই, pairport, the pith of a matter. সম্ভোগ, স, শ, (সং. সম্ভোগ ---সং, উপস, + ভুজ, ভু) সুখভোগ, সন্তোষেৰে জীৱন ধাৰণ; যেনে, সংসাৰৰ সুখ সম্ভোগ কৰা; মৈথুন, সঙ্গম, cijoymeut, edition, copulation. সম্, স. শ. (সং, সম-সৎ, উপস.+ ভ্ৰম, গতি কৰ) সম্মান, সৎকাৰ, respect, leverence. সম্ৰান্ত, কদ. বি. সম পাবৰ যোগ্য, মান্য, respectable, honorable. সম্মোহ, স. শ. (সৎ, সম্মোহন-সং, সম্পূৰ্ণ ৰূপে + মুহ, মোহিত কৰা কামদেৱৰ এপাট

  • 7, one of the arrows of Kamadera.

সম্যকৰূপে, ক্ৰি. বি. (সং. সম্যগৃপেণ, সম্পূৰ্ণ- ৰূপে। সম্পূৰ্ণ প্ৰকৰে, সমুদয়ে, fully, wholly, সম্ৰা গ. শ. (সং সাজ-সং, উপস, বাজু, শাসন কৰ) অধিৰাজা, ৰজাৰ ওপৰৰ 791, also written att a paramount sovereign, one who has performed the Rájasúya sacritice. (Ilaughton). সম্লেখ, স. শ(সং. সম, সমান + লেখ, গণনা। সমান গণনা, কিছুমান বঢ়া টুটা বস্তুৰ সমানে কৰা ভাগ; যেনে, এজনৰ তিনি টকা আৰু এজনৰ এটকা, সমলৈখত গাই পতি দুটকা পৰে, avi average, সম্বৰ,। স, শ, {সং. স্বয়ংৰৰ, স্বামী সয়ম্বৰ, বাছি লোৱা কাৰ্য্য; স্বয়ং, আপুনি+, বৰ) ৰজাৰ জীয়েকে সভাত বহ বঙ্গাবিলাকৰ ভিতৰৰ এজনক স্বামী gifs con túl, pullic selection of a husband by a princess from a number of suitors ilssembleci fos the purpose. সয়ম্বশাল, স. শ, (সং. স্বয়ম্বৰশালা, সয়ম্বৰ পতা ঘৰ সয়ম্বৰলৈ অহা ৰজাবিলাক একত্ৰে বহ ঘৰ বা ঠাই, a louse or place where the princes asseublel for the purpose of 7974 (vido $upra). স, স. শ. {সং, সৰ--; গতি কৰ; ওপৰলৈ গতি কৰে বা উঠে, এতেকে। গাখীৰৰ ওপৰত চামনি মৰা তেলেঙ্গীয় stst, cream. সৰু, অ. . (সং. সৰণ, গতি কৰণ; ২, গতি কৰ) খহি পৰ, তললৈ পৰ; যেনে, was, to drop), to fall down. স, শ, টাটী বা জেওৰা তাগি হোৱা বাট, , a breach or opening in a fence, a track. সৰত কাণ দি, আওকাণ কৰ, মুশুন। ভাও cata, to turn a deaf car, tu be inattentive. সৰ অ ধা(সং, সৰক, গতি) এফালে সোমাই আন ফালে ওল, কোনো বস্তুৰ তলে বা মাজে দি গতি কৰ; যেনে, ঠে, তলে সৰকিল, to pass tarough or under anything. সৰকা, স, ধা. মাজে বা ডলে দি গচ্চি কৰা, to cause to pass through or under something সৰ খেৰ, স. শ. {স, সৰল, পোন খেৰ,