পৃষ্ঠা:হেমকোষ.pdf/৯০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

iva112. সঁফুৰা। ৮৮৪ সগৰ। ফল) মধুৰি আম, তাৰ গছ, the guava বাঞ্ছা) ফলৰ আকাংক্ষা থকা, কামনাযুক্ত। tree and its fruit. যেনে, সকাম ভক্তি, having a special সঁফুৰা, স. শ. (সং. সম্পূৰ্ণ বা শেষ; সি object, not disinterested. . t. ধৰিলে আয়ুস শেষ হয়, এতেকে) যমৰ কৰ্ম্ম, কাম, প্ৰয়োজন; যেনে, ঘৰত সকাম সুজন চোকা টেকেলাৰ এজন, কাল ফুৰাৰ 175, business, work, necessity. লগৰীয়া, one of the two most active সকাহ স. শ. (সং. অৱকাশ, আজৰি। and fierce messengers of death. . কামৰ মাজত আজৰি বা বিশ্ৰাম; যেনে, সঁযুতীয়া(-জু), বি. (অং. যোত, ব্ৰত ) সি দিনটো কাম কৰে, এফেৰিও সকাহ যোত কৰা, observing a religious নেপায় লালী বৰষুণৰ মাজত ছেদ; fast. যেনে, বতৰে সকাহ দিছে; ৰোগৰ হ্ৰাস; সঁযোভূ-জো-), স. শ. (সং. সংযত, ইন্দ্ৰিয় যেনে, নৰিয়াই সকাহ পাইছে, leisure, দমন কৰা কোনো ধৰ্ম্মকৃত্যৰ আগ দিন cessation of rain, abatement of কৰা উপবাস আৰু মনৰ দমন, a fast a discase. observed on the day previous to সকীয়া, স. ধ. ( অ, সখী, সাক্ষাৎ থকা performing a religious ceremony. লোক ) আগত সাখী ৰাখি কোনো কাৰ্য সঁৰাহ, স. শ. (সং. সংশ, বং. সঁড়াশি, কৰিবলৈ বা নকৰিবলৈ ক, ডঢ়া, warning এবিধ চেপেনা} কমাৰ আদিয়ে লো in presence of witnesses, to fore- আদি চেপি ধৰা যুভন, ভাঙ্গৰ লেপ; জেওৰাৰ মূৰত বন্ধা যুৰীয়া কামী, a pair সখা, বি. (সং, সখি, বন্ধু ) বন্ধুত্বৰূপ, প্ৰস, of tongs, the two long pieces of হিত; যেনে, দুখীয়াৰ সমন্ধি হৰি সখা, split-bamboo tied to the top of friendly, favourable, a fence. সখি, স. শ. {সং. সখিস, সমান+খ্যা, সঁহাৰি, স. শ. উমান, গম, আটকাল, পজাল, প্ৰখতি কৰ) নিয়ম মতে এজনে আন a guess or conjecture formed from জনক কাপোৰ আদি দি কৰা বন্ধু, sound, &c., of the approach of a <uly constitute friend, an in- some one or of an occurrence. timate friend. (স্ত্ৰী) সখী। সক, বি. (সং. সকৰ্মক—স, সৈতে+ক, সখি বন্ধা বা বান্ধু, নিয়ম মতে বন্ধুতা কৰ, কৰ্মকাক ) কৰ্মকাৰকযুক্ত, কৰ্মকাৰক to make friendship in due form. থকা; যেনে, সকৰ্মক ক্ৰিয়া, trasitive, সখি,গু. শ. বন্ধুভা, ইষ্ট, friendship সক, স, শ. (সং. সকল, সমূহ) বহুবচন সখিয়তী, স. শ. (“সখি” ‘সখি” এনে বুজাবলৈ শব্দৰ পাচত ব্যৱম্বৰ মাত; শব্দ কৰে, এতেকে } এবিধ হালধীয়া বৰ- যেনে, দেৱতা সকল, a term affixed ণেৰে শুৱনি সৰু চৰাই, পাট মাদৈ চৰাই, to a noun or pronoun to denote a kind of small bird of yellow plurality. colour. সকলো, বি. স. ( স. সকল + অ, ও, যো- সখ্য ভাৱ, স. শবন্ধু, ইষ্ট, friendship. অব.) আটাই, সমস্ত, সমুদায়; যেনে, গৰু, স, শ, এজনা সুৰ্যবৰ্শ ৰ; তেওঁৰ সকলে লোকে কয়, all, whole, entire, যাঠি হাজাৰ পুতেক কপিলৰ শপত ভস্ম সকলোৱে মুলি, ক্ৰি. বি. (অং সকলো হোৱাত ষ্টেওঁৰ পৰিাতিয়েকগৰখে স্বৰ্গৰ মিলি, লগ লাগি। সকলে ধিনি গোটাই, পৰা গঙ্গাক আনি তেওঁবিলাকৰ উৰ সমুদয়ে, in all. 17, a king of the solar race, the সকাম, বি. (সং. সকাম--স, সৈন্তে+কাম, great grandfatber of Bhagirath. .