পৃষ্ঠা:হেমকোষ.pdf/৮৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিমলু শিখা, স. শ. (সং, শিখ, চুলি } বামুণে গায়ত্ৰী মাতি চুলিত দিয়া গাঁঠি; জুইৰ yst, a knotted tuli of hair worn by a Brahman, a flame of tire. শিখা বান্ধু, গায়ত্ৰী মাতি চুলিত গাঁঠি দি, to tie the hair on the top of the hcad repeating the gyalri. , শিঙ্গ, স. শ. (অং. শিং, জন্তুৰ মূৰৰ জোঙ্গা অঙ্গ + সং. ৰা, গ্ৰহণ কৰ; ডিজিৰ তিত দুটা শিক্ষৰ দৰে জোঙ্গা কাইট থাকে, এতেকে) এৰি আৰি মাছৰ গঢ়ৰ 574 275, a kind of small fish. শিঙ্গা-মূৰীয়া, বি. শিৰ মাছৰ দৰে ওপ- বলৈ চেপ খোৱা মূৰযুক্ত; খাঙ্গাল, liaving a heal compresspil at the top, peevisl. শিৰি, স. শ. (সং, শৃঙ্গাটক; বং- শিঙ্গাড়া, এবিধ পানীৰ ফল ) শিঙ্গৰ নিচিনা কাইট যুক্ত এবিধ পানীত হোৱা বনৰ গুটি; afar 6774 515, a kind of aquatic plant, and its fruit, a kind of timber free. শিৰি ঘৰ, স. শ. অসম ৰজ সিংহাসনত উঠিবৰ দিনা বহিবৰ কাৰণ শিঙ্গৰি কাঠেৰে 791 44, t* coronation house of the Assam kings, শিক্ষা, স, শ, (৭. শিৎ, জন্তুৰ মূৰৰ জোন্স। অঙ্গ ) শিঙ্গেৰে সজা আৰু মুখেৰে বজোৱা এবিধ বাদ্য; তেজ কটা মুখেৰে ঘঁপি তেজ এক ঠাইলৈ অনা শিং, a sim instrument made of buffalo bom, শিঙ্গা পাতু, স. শ. (অং. শিঙ্গ, তেজ কটা যতন+ পাত, পত্ৰ; শিঙ্গাৰ দৰে সি মৰা ভেজ হেঁপে, এতেকে } মৰা তেজৰ পৰা হোৱা বিষ গুচাবৰ নিমিত্তে বাটি দিয়া এবিধ ক্ষুদ্ৰ গছ, a kind of plant usett as a remcdy for pains nccasioned by corrupted blood. . শিঙ্গা, বি. শিৎ থকা, শিংযুক্ত, leaving horns. শিঙ্গী, স. শ. (সং. শৃঙ্গী; বং, শিঙ্গী; এবিধ, 55 মাছ) মাগুৰ মাছৰ আকৃতিৰ কিন্তু ডিজিৰ দুই কালে দুটা জোঙ্গা কাইট থকা এবিধ 15, a kind of fish. শিঙ্গীমূৰী, স. শ. ( অং. শিঙ্গী, শিঙ্গী মাছ। মূৰ, শিৰ; শিঙ্গীৰ ডিঙ্গিৰ কাঁইটৰ দৰে বিষাল, এতেকে) এবিধ বিহ গছ, আৰু তাৰ শিপা; আঙ্গুলিৰ মূৰত হোৱা বিষ, a kind of poisonous roof and its plant, , a kinil of whitlow. শিঙ্গীমূৰী জোৰা, স. শ. শিঙ্গী মাছৰ মূৰৰ দবে কটা এডোখৰ কাঠৰ মূৰ আন এডো- খৰ কাঠৰ খেলিনিত সুমাই দিয়া জোৰা, Jovetail, :1 joint nadely deve- tailing. শিচু, “শিয়া” শব্দৰ অপভ্ৰংশ। শিতা, স. শ. { সং. শিৰস্থান; বং. শিতান, মূৰ দিয়া ঠাই) শয্যাত মূৰ দিয়া $13 2147 14, the head of a bed. শি; গুড়ি, স. শ. (সং. শিত, পাতল + অ'.. গুড়ি, গুড়া) নিচেই মিহি গুড়ি, a very line powder. শিথিল, বি. (সং. শিথিল শ, ঢিলা হ} টিলা, আট নোখোৰ, ললল), (sq', relaxe, slack. শিথিলতা, ও. শ. ঢিলা বা লোলা গুণ বা Ty, looseness, relaxation. শিপা, স. শ. (সং. শিক্ষা, মূল গছ বা তৃণৰ আঁহযুক্ত মূল, tilrous roast. . ধা, শিপা ধৰ, শিপ। মে; স্থিৰ বা frost , to strike root, 1o become established. শিপিনী, (সং, শিল্পিনী, শিল্প কৰাতিৰোতা) তাঁত বোৱাত পাৰ্গত তিনোত, বব কাটিব জুন! তিৰোত, a woman skilial in weaving and spinning. শিবিৰ, স. শ. (সং শিৱিৰশী, শশা) বণ কৰিবলৈ যোৱা সৈন্ত ৰাতি থকা ঠাই, a camp, huts or tents erceted for the shelter of an army. শিমলু, অ, ধা. (সং. শালি; বৎ. শিমুল, হিং সেমল, এবিধ গছ) এবিধ তুলা