পৃষ্ঠা:হেমকোষ.pdf/৮৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লাবে লালী, স. শ. (অং, লাল, মুখৰ বীজলীয় ৰ, তাৰ নিচিনা, এতেকে হিং. বং. লাল) জুলীয়া গুড়; (বীল বস্তু ৰ্দীঘল হৈ যায়, এতেকে) শাৰী, ল, লান, এটাৰ পাচত আনটো হৈ দীঘল ভাৱে স্থিত মানুহ বা বস্তুসমূহ, treele or molasses, a row, a range. লালী লাথ, শাৰী হ; এটাৰ পাচত আনটো 7i, to form a row, to go one after another. লালু, স. শ, আসামৰ এজাতি আদিবাসী ges, an aboriginal tribe in Issam. লালু, স, শ, { অং. লাল, মুখৰ বীজলীয়া পানী, তাৰ গাটো বীজলীয়া, এতেকে) বেঙ্গৰ নেজ নসব পোৱালি, a tadipole, লালৈ ভাদৈ, স. শ. কাচৰ বা মাটিৰ অলপ gala cateufi, small porcelain for glass leads. , লালোৱা, স, শ, { অ, লাল, লালোৱা- শিৰা, মুখৰ বীজল পানী, ভাৰ গাটো বীজলীয়া, এতেকে এবিধ ঙাৰ শিৰ মাছ, কচাৱা শিঙ্গা, a kind of fish. লাল কাল, বি. অচেতন, টোপনী বা পীড়াৰ ধাৰা অজ্ঞান, মূৰ্ছিত, inscusivle. ' লালবীজ, স. শ. { অং, লাল, মুখৰ পানী+ বীজ, লেকেতীয় বস্তু) মুখৰ পৰা ওলোৱা বীজলীয়া পানী; তাৰ নিচিনা আন 72, phlegm, saliva ruiny froin the mouth, any other slimny fluid. লাৱণ্য, স, শ. (সং. লাৱণ্য—লৱণ, সুন্দৰ ) কোমলতাৰে মিহলি সৌন্দৰ্য্য, মৃদুতাৰে ger sofa 1869, loveliness, gruce, beauty. লাৱণ্যৱতী, বি. (লাৱণ্যৱন্তু শব্দৰ স্ত্ৰীলিঙ্গ) সুন্দৰী, graceful, lovely { fem. }. লাস্ বেশ, স. শ. (স, লাসৱেশ, নাচিবৰ নিমিত্তে মৰ ধুন—লা, নাচ + বেশ, ধুন) নাচিবৰ নিমিত্তে কৰা শৰীৰৰ শোভা; এতেকে ধুন-পেচ, গাব শোভ, a ball dress, decorativu of the body. শা-পৰুৱা, স. শ. লা উৎপন্ন কৰা এবিধ 04477%, tlie lac insect. লাপুং, বি. (অং. লপ, পঁাত নথকা) সোলা (fara ters ), toothless ( ridicule ). লা ভা, স, শ. লাকটি পাকটি, অকামিলা বা অলপ ধনৰ বস্তু, (১cts and ends, things of little value. লাফ, স. শ. (সং. উল্লম্ফ, ওপৰলৈ মৰা জাপ; হিং. বং, লাফ, জাপ) ওপৰলৈ উঠা জাপ; ডেও, a lial, a toucl. লা, স. শ. { সং, লাভ-লভ, পা) প্ৰাপ্তি, 67101 78, gain, profit. লা, স. ধা. {বং লাড়, জোকা) জোকাৰ, লৰা, সঞ্চালিত কৰ; স্থানান্তৰ কৰ; ছো, most of 74. to move, to stir, to remove, to touch. লাৰ, কুদ, স. সঞ্চালন; লৰোৱা কাৰ্য্য, llie act of moving, stirring, &c. লাৰু, “লাডু” চোয়। লাৰোতা, কদ, স. যি লাৰে; a na who moves, or stils. ( 27 ) atio স. শ. ( স. লালা, পুই) লালটি, মুখৰ বস, লেলাউটি, মুখৰ পৰ বোৰা বীজলীয়া পানী, livel, saliva ruming from the mouth. লাল পৰ, বৰকৈ লোভ লাগ ( ভাল খাদ্য দেখিলে বুভীয়া মানুহৰ মুখৰ লাল ওলায়, 96067), to water, as the mouth, to have a louging desire. লালনা, স. শ. {সং. লালন, মৰম-ল, ধেমালি কৰ) লৰাৰ মন ৰং লগাবলৈ তাৰে সৈতে ওমলা কাৰ্য; তুংতুজনি, হৰিল গৰিল; আতোল তেল, বৰ মৰম; যেনে, লালনা কৰিলে লৰাই আশয় পায়, the act of coaxing a child, affec- tion, familiarity. লালন পাল, স. শ. (সং. লালনপালন- লালন, মৰম কৰণ+পালন, প্ৰতিপাল) মৰমেৰে কৰা প্ৰতিপাল; মৰম বেথা কৰি ভাৰ কৰা কাৰ্য, the act of bringing up with affection, } লাল,