পৃষ্ঠা:হেমকোষ.pdf/৮৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লল কৰে without regard to truth or pro- priety. (শী) লৰ্লপ। লল কৰে, ক্ৰি. বি. খৰকৈ ওঁঠ আৰু জিভ লৰাই; যেনে, গৰুৱে পলপ কৰে ঘাঁহ খায়, লৰাই লপুল কৰে কথা কয়, moving the tongue and lips quickly. লফা, স. শ. এবিধ শাক, a kind of plant used as a vegetable. লন্ধ, বি. (সং. লল, পা) প্ৰাপ্ত, পোৱ, got, raised. স. শ. এক অঙ্কক গান এক অঙ্কেৰে হৰণ কৰিলে যি ফল 717* , a quolicut. ল, স. ধা. {সং. লভূ, পা) প্ৰাপ্ত হ, পা, লাভ কৰ; যেনে, আনন্দ লভিলে, to get, to gain. লভ্য, বি. প্ৰাপ্তিৰ যোগ্য, পাব লগীয়া, abtainable. . শ. লাভ, প্ৰাপ্তি, পোৱা বস্তু, gain, profit. লম্পট, বি. (সং. লম্পট-ৰম, ক্ৰীড়া কৰ) কামাতুৰ, পৰীত ৰত, }ustful, lowd. স. শ. পৰীত ৰত মানুহ, a libertine. লম্পটতা, গু. শ. পৰীত ৰতি, lowdness. লম্বা, বি. (সং. লম্বা-ল, পৰ) দীঘল; ভাঙ্গ, বৃহৎ, large, bulky. লম্বোদৰ, বি. (সং লম্বোদৰ-লম্বা, ঐ+ উদৰ, পেট। পেটাল, ভাঙ্গৰ পেটযুক্ত। 48. liaving a large belly, cor- pulent. *. *. *tc*t, a name of Ganesha. লন্তু, অ, ধা. (সং, ল, পা দেৱে ধৰ, অপদেৱতাৰ দৰে মানুহৰ গাঙ্গ প্ৰবেশ কৰ; যেনে, দেওঁধাইৰ গাত দেও লান্ত, to possess, as an evil spirit. ল, স, শ. (সং. লী, মিলি পৰ) গীতবাদ্যৰ তালৰ আৰু নাচৰ পৰস্পৰ মিল; নাশ, ধ্বংস; যেনে, সৃষ্টিয়ে লয় পায়, equal time in dancing and music, des- truction. বি. দ্ৰৱ হৈ একে লগ হোৱা, মিলিত; যেনে, বৈষ্ণৱ সকল বিষ্ণুত লয় হয়, fused and mixed with another body, absorbed. 53 লৰু দি বা ল মাৰ,। লয় পা, নষ্ট হ, ধ্বংসিত হ, tole destroyed. লয় যা, প্ৰৱ হৈ এক লগ ই, মিশ্ৰিত হ, লীন হ, to be absorbed, . লয়, স. শ. (ইং. লাইন, এক শ্ৰেণ ) চিপাহি ব? হজুৱা থকা ঘৰৰ শাৰী, a row of houses for soldiers or coolies. লয়লস্কৰ, স. শ. (অং. লয়, অনুৰূ, +খা. লস্কৰ, চিপাহি ) সৈন্যৰ লগত যোৱা হজুৱাসমূহ। চাকৰ আদি, ভূতাবৰ্গ ( সদয় বহুবচনত পাকে ); যেনে, লয়- লঙ্কৰাৰোৰ, m] followers, tudants. লয়-লা, স. শ. (স, লয়লা-লয়, গীত বাধ্যৰ আৰু নাচৰ তলৰ মিল + লাশ, নাচ) তালেৰে মিলাই কৰা নাচ; এতেকে আনন্দ, ৰং-ধেমালি , লাহ-লোটন; যেনে, “দেখি থাকেঁ তেৰ শয়-লাস," dance, sport, diversion. লয়-লাসে, ক্ৰি. বি. তালেৰে মিলাই, তালে তালে (নচাত খাটে); যেনে, “লয়- লাসে কাঢ়িছ ভৰি” (পদ্যত ), in mison with the musical time (said «of dancing). ল, অ. বা. (সং. লড়, সঞ্চালিত হ) জোকাৰ খা, অস্থিৰ ই, কঁপ; যেনে, গছৰ, পাত লৰিছে; আগৰ অৱস্থা এৰ, আন প্ৰকাৰৰ হ, পৰিবাৰ্তত হ; যেনে, নৰিয়াৰ গঢ় লৰিল। অলপ গেল (মাছ বা মহত খাটে); যেনে, লৰা মাছ, to be shaken, to move, to le changed, to be sliglıtly putrified. লৰ, অ, ধ- (সং. লড়, সঞ্চালিত হ) বেগাই যা, শীঘ্ৰে ঠেং চলাই গতি কৰ, to run. ল, স. শ. বেগাই কৰা গতি, শী গমন; যেনে, একে লৰেই ঘৰ পালে গৈ; বিভিন্নতা, প্ৰঙে; যেনে, এই পদত মূলতকৈ বহুত লৰ আছে, a ran, a difference. বি. বিভিন্ন, বেলেগু, অমিল; যেনে, গুচৰীয়াৰ কথাকৈ তাৰ সাক্ষীৰ FRY 27, different. লৰ দি ৰা লৰু মাৰ, বেগাই গতিক, torun.