পৃষ্ঠা:হেমকোষ.pdf/৮৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহস্য বৰণ উজ্জ্বল কৰা জুলীয়া বস্তু বিশেষ, varnisli, ৰহস্য, বি. (সং ৰহস্য -- ৰহ, নিৰ্জন গুপ্ত; যেনে, ৰহস্য কথা, private. স. শ. De 721, 2 sccret, a mystery. ৰহস্য, স. শ. {সং. ৰ, ৰসযুক্ত) আনন্দ, Santa, 7, pleasure, delight. বহি, কদ, (সং ৰহিত—ৰহ, এৰ) হীন, নথকা, শূন্য (এটা সংজ্ঞা শব্দৰ পাচত থাকে); যেনে, জ্ঞান-ৰহিত, destitute, Jeroid ( used in composition ). শহী, স. শ. (অং, বই, জেলি, ৰস থাকে, এতেকেতেল পেৰিবলৈ কৰ সৰিয়হৰ গুড়ি; গুড় কৰিবলৈ উলিওৱা কুঁহিয়াৰৰ ৰ, mustart sced pounded for pressing oil, juice of sugarcane pressed for making gur. মহীয়!, বি. ৰসথকা, ৰসযুক্ত, juicy. শহীয়া, বি. {সং. ৰাশি, গ্ৰহবিলাকে ভোগ কৰা স্থান) ৰাশি মিল, মিল হেi; এতেকে সদায় অধিক পৰিমাণে পোৱা; ( এটা সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, মাছ-বহীয়া মানুহ, agreeing with, obtaining in abundance. , বহু ঘৰা, স. শ. (অং. বহু, মিঠা ৰস + ঘৰ, থকা ঠাই) মৌ-কেঁাহ, মোৰ বাহৰ উত্তম ‘ৰু অধিক মৌ থকা ভাগ, এতেকে অতি উত্তম আৰু বহুমূলীয়া বস্তুৰ ঠাই; যেনে, 949 -97), honey-comb, a place where excellent and valuable things abound. ৰহীয়া, বি. { অং. ৰহ, মিঠা ৰ) ৰসাল আৰু কিছু মিঠা, ৰস থকা আৰু বৰ টেঙ্গা নোহোৱা (প্ৰায়ে আমত খাটে); যেনে, ৰহৰীয়া আম, juicy and not, very sour or tart. কক্ষ স. ধা, (সং. ৰ, ৰা ৰক্ষা কৰ, নিৰাপদ ক; যেনে, “সম্ভক ৰক্ষিবা প্ৰভু! sex fa efe", to save, to protect. ৰাইডঙ্গীয়া। ৰাখো, আপদৰ পৰা ৰক্ষা কৰে, পৰ দিওঁতা, সামৰি থওঁতা, preserver, a protector, a guard, a kceper. ৰক্ষ, কদ, স. (স.) ৰক্ষা কৰা কাৰ্য্য, ৰখা, preservation, protection. ৰক্ষণীয়, বি. (স.) ৰক্ষণৰ যোগ্য, ৰাখিব লগীয়া, পালন কৰিব লগা ft to be preserved, protected or guarded. ৰক্ষা, স. শ. (সং. } আপদৰ নিবাৰণ, ত্ৰাণ, কষ্টৰ পৰা উদ্ধাৰ, আপদৰ অভাৱ, '- tection, preservation, safety. ৰক্ষা ক, কষ্টৰ পৰা উদ্ধাৰ কৰ, ৰাখ, to protect, to save. ৰক্ষা পৰু, কষ্টৰ পৰা উদ্ধাৰ পা, আপদত নপৰাকৈ থাক্‌, to be saved, to to free from langer. ৰক্ষিত, কদ, বি. (সং.) ৰখা, ৰক্ষা কৰা, কষ্টৰ পৰা উদ্ধাৰ কৰ; খোৱা, protec- tou, saved, guarded, kept. ৰক্ষিণী, স, শ, ৰক্ষিন শব্দৰ স্ত্ৰীলিঙ্গ। (তললৈ চো}। ৰক্ষী, স, শ, (সং. ৰক্ষি+ ইন্) ৰক্ষা কৰোৱা, ৰাখো, a protector, a preserver. বা, স. শ. (সং. ৰাৱ, শব্দ) শব্দ, মা, sounct. বাই, স. শ. (সং, ৰাজা, এক ৰজাৰ অধীন দেশ) এক দেশ, অসম ৰাইজৰ মানুহ; কোনো দেশৰ প্ৰজাসমূহ; যেনে, ৰাইজে 401, a kingdom, the whole body of people in a state, ৰাইজ উঠ বা ৰাইজু ই, অনেক লোক গেট খাই অধিকাৰৰ বিৰোধে আচৰণ কৰিবলৈ effocoy **, to combine in a spirit of revolt. বাই জাই, স. শ. { অং, ৰাগী, মাই, অনুৰূ) ৰাগী লগাৰ নিচিনা বোধ, বায়ু বৃদ্ধিৰ নিমিত্তে দুৰ্বলতা, আচাই, faint- ness, giddiness, weakness. বাইডঙ্গীয়া, বি. অং.. ৰাই, এবিধ ডাঙ্গৰ বেঁত) ৰাইভাৰ নিচিনা, resembling a rattan. ৰক্ষ, স. এ. (সং. ৰক্ষক -