পৃষ্ঠা:হেমকোষ.pdf/৮১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যতম্। ৭৯ যই।

    • যতী

PUTER, an apparatus, a macliino, a contrivanice. যত, বি. (সং. যত্, প্ৰস্তুত ক) প্ৰস্তুত, যুগুত; যেনে, সকলো যতন হৈছে, reatly. যতনা, স. বা প্ৰস্তুত কৰু, যুগুত কৰু, যতা, 701, to make ready. যতি, স, শ. {সং. যতি-যম, ইন্দ্ৰিয়ক দমন কৰ } ইন্দ্ৰিয়ক দমন-কৰোতা জাৰ্নী লোক, সন্ন্যাসী; পঢ়াৰ মাজত ৰবৰ নিমিত্তে দিয়া এবিধ চিন; যেনে, (,) u sage, a mark of punctuation. এনেও হয়। যত্ন, স. শ. (সং. যত্ন—য, প্ৰস্তুত কৰ) উদ্যোগ, চেষ্টা, কাৰবাৰ, effort, exer tion, an endeavour. যত্নৱন্ত,। বি. (স.) কাৰবাৰ কৰা, যত্নৱান, উদ্যোগ কৰা, চেষ্টা কৰা, vyfurn, making effort or exertion, diligent. যত্নশীল, বি. (সং.) যতুৱা পৰিশ্ৰমী, diligent. যথা, যো. অব. (সং. যথi-, যি যেনে, fr gratca, as, for instance. “যথা” আৰু “তথা” এই দুই শব্দ পদত সজ্ঞা শব্দৰ দৰে ব্যৱহৃত হয়; যেনে, “যখাত আছত্ত দেৱ-হৰি, নৃপতি সকলে মধ্য কবি, তথাকে চলিল তিতি নম্বনৰ নীৰে।” যথাক্ৰমে, ক্ৰি. বি. (সং. যথাক্ৰমং, ক্ৰম অনুসৰি) ক্ৰম অনুসাৰে, যাৰ পাচত যি patest CT *74, in regular order. যথা তথা, ক্ৰি. বি. যত্ , কোনো এঠা- , anywhere, somewhere. যথাতথাৰূপে, ক্ৰি. বি. যেনে তেনে প্ৰকাৰে, PICT) 169, anyhow, somehow. যথাযোগ্য, বি. (সং. যথাযোগ্য---যথা, যেনে যোগ্য, উপযুক্ত। যেনে যোগ, যাৰ যি উপযুক্ত। যেনে, সকলো যথা- যোগ্য আসনত বহিল, proper, * fit, becoming . যথাৰ্থ, বি. (সং. যথাৰ্থ-যথা, যেনে+ অৰ্থ, কথাৰ ভাৱ ) সঁচা, সত্য, true, real. যথাৰ্থতা, ৪. শ, সত্য, truth. যথাৰ্থ পক্ষে, ক্ৰি. বি. স্বৰূপাৰ্থত, যথাৰ্থকৈ কোৱাত, in reality. যথাবিধি, ক্ৰি. বি. (সং. যথাৱিধি—যথা, যেনে + বিধি, নিয়ম) নিয়ম অনুসাৰে, fafuaco, according to rules. যথা, ক্ৰি. বি. (সং, যথাৎ—যথা, যেনে +ৎ, প্ৰতা.) যথাবিধি, accord- ing to rules. . যথাশক্তি, ক্ৰি. বি. (স. যথাশক্তি, যথাসাধ্য, যথাসাধ্য—যথা, যেনে + শক্তি আৰু সাধ্য, ক্ষমতা) শক্তি বা সাধ্য অনুসাৰে, উপায়ে জোৰে মানে; যেনে, যথাশক্তি চেষ্টা কৰিম, according to one's ability or means, as much as is possible. যথেষ্ট, বি. (সং. যথেষ্ট---যথা, যেনে + ইষ্ট, বাতি) যিমান লাগে সিমান, cell, 87, sufficient, enough. যথোচিত, বি. {সং. যথোচিত-যথা, যেনে + উচিত, যুগুত) যেনে উচিত, right, proper. যদি, অব্য. (সং. যদি—য, উদ্যোগ কৰ) আশঙ্কা-বোধক অব্যয়, এনে হলে; যেনে, যদি তেওঁ আহে, মই যাম, if, if it be so. যদিও, অব্য. (সং. যদি, ঐ + অ, ও, যোজক অব্য.} এনে হলেও বা এনে হওঁতেও; যেনে, যদিও তেওঁ আহিছে, তথাপি মই দেখা নাই, though, although, যদিচ, অব্য. (সং. যদিচ—যদি, ঐ +চ, যোজক অব.) যদিও, though যদিম্মা, অব. (সং. যদিম্মাৎ -- যদি, ঐ+স্যাৎ, হয়) এনে হলে, যদি এনে হ, if, if it be so, বন্ধু, স, শ, চশৰ এজনা ৰজাৰ নাম, তেওঁ যযাতি ৰজাৰ পুতেক, আৰু কৃষ্ণৰ পূৰ্বপুৰুষ আছিল, the name of a king of the lunar race, the ancestor of Krishna.