পৃষ্ঠা:হেমকোষ.pdf/৭৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২১ ভাৰসা নহয়; আশা, expectation.ভাৰসা, lka]e. “অশা” চোৱা। ভাৰী, স. শ. (সং. ভানি, ভাৰ বতা- ভাৰু+ ইন্) ভাব বওঁতা, ভাৰ নিয়া মানুহ, a porter, one who curries a loal. ভাৰদ্ধাৰ, স. শ. (সং. ভাৰোদ্ধৰণ, বোজা দঙ্গা গধূৰ বস্তু দূৰ কৰি দুখ গুচোৱা কাৰ্য; যেনে, পৃথিবীৰ ভাৰদ্ধাৰ কৰিবৰ কাৰণ বিষ্ণুৰ অৱতাৰ, tle ef. of giving relief by removing a heavy weight. ভাৰ্গৰ, স. শ. ভৃগু মুনিৰ পুতেক, পৰশুৰামৰ th, a name of Parnruma. ভ-মাৰি, স, শ, { অং ভাৰ, বোজ+ মাৰি, টাঙ্গন) ভাৰ কঢ়িওৱা মাৰি, কা-

  1. tfa, a pole for carrying a burden

on the shoulder. ভাৰ্য্য, স. শ. এস. আয্যা-ভূ, প্ৰতিপাল কৰ) পত্নী, কোনো লোকৰ বেইত। তিৰোত, it wit, ভাল, বি. { হি. ভলা; বং, ভাল, ভদ্ৰ) বেয়া নোহোৱা, সজ, মনত ৰ গাৰ অঙ্গত সন্তোষ জন্মো; যেনে, ভাল বস্তু, ভাল মত; ভদ্ৰ, শ্ৰেষ্ঠ, উত্তম; যেনে, ভাল লোক; সৎ, নিৰোগী; যেনে, সি নৰিয়া নে ভাল কব নোৱাৰে; উচিত; যেনে, GC 374 57 957, good, nice, respectable, healthy, proper. 7. মঙ্গল, উপকাৰ; যেনে, নিজৰ ভালৰ নিমিত্তে যত্ন কৰিবা; উত্তম লোক বা বস্তু; যেনে, ভাল ভাল সৰ্ব্বতিকাল, ভাল এৰি বেয়া কোনে লয়; সুখ, আনন্দ, সন্তোষ; যেনে, তোমাৰ ভাল হলে ভাল। পাও, welfare, lappiness, a good person or thing, pleasure, satis- faction. ক্ৰি. বি. শলগা বা সন্মতি বুজোৱা মাত; যেনে, তুমি যোবা, (উঃ) ভাল, very avell. “বাৰু” চোৱা। ভাল পা, চেনেহ কৰু, ভাল বুলি গ্ৰহণ কৰ; যেনে, সেই লক বা বস্তুক সকলোৱে জল পায়, to love, to like, 46 ভালৰি, বি. বন্ধুস্বৰূপ, সখী, মিলি থকা; যেনে,দুই ভালৰি হৈ ছল কৰে,friendly, showing friendship. 7. *. , মিল; যেনে, দুষ্টেৰে সৈতে ভালৰি নে- 167, friendsliin), harmony. ভালৰি বোল, বন্ধুস্বৰূপে গৃহীত হ; যেনে, ইমান যত্ন কৰিও অমুকত ভালৰি বোলাব caratfarait to be considered as a friend. ভালুক, স. শ. (স.. ভাল্লুক, হিং. বং. ভালুক, এবিধ জন্তু। এবিধ বৰ নোমাল হিংসক জন্তু, a year, ভালে, ক্ৰি. বি. ( অ, ভাল, মঙ্গল) কুশলে, আপদ নোহোৱাকৈ; যেমে, sti, safely, without misfortune. ভালে-খানি, বি. বহুত, ভালেমান, অধিক, much, many ভালেটি, বি. অনেক, বহুত { সংখ্যা হোৰ। বস্তুত মাত্ৰ খাটে); যেনে, ভালেটি বগৰি, many, a large number of. ভালেতো, ক্ৰি. বি. এই কাৰণেহে, তাতেহে; যেনে, ভালেতো তেওঁ নাহিল, that is why . ভালে-দিন, স. শ. অনেক দিন, বহুকাল, many days, a long time. ভালে-বেলি, স. শ. অনেক বেলা, বহুত বেলি, দিনৰ বা ৰাতিৰ অনেক সময়, many hours. ভালে-ভালে, ক্ৰি. বি. আপদ নৌ হওঁতেই, মঙ্গলে পাকোতেই; যেনে, তালে তালে 2017 1 1, while yet in good condition or safety: ভালে-মা, বি. অধিক, বহুত, প্ৰচুৰ; যেনে, ভালেমান মানুহ, ভালেমান পানী, much, many. . ভালেহে, ক্ৰি. বি. “ভালেতো” চোৱা। ভাৱক, স. শ{সং, ভূ, চিন্তা ক) ভাবো, চিন্তোতা; ধ্যান কৰো, উপাসক

যেনে, ভাৱক ভাই ভাবা ভগৱন্ত, a thinker, one who devotes his mind to the worship of God.