পৃষ্ঠা:হেমকোষ.pdf/৭৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাপ ote conta fecato), a woman aila dicted to qunja smokiny. ভাজ, স, ধ. (সং. প্ৰস্তু, শুকানে সিজা) তেল আদিত বা শুদাই জুইৰ পৰ দ্বাৰা সিগ্ধ কৰ; বৰকৈ দুঃখ বা কষ্ট দি, to fry, to parchi ar prast, to part 11 great trouble or distress, গজ, স. শ. ( সং, ভাজন-এ, শুকানো পাক ক) তেল মাদিত বা শুদাই জুইৰ তাপৰ দ্বাৰা সিদ্ধ কৰ; বৰকৈ দুখ দি; যেনে, লাগী তিৰোতাই সতিনীয়েকক stre, tu fry", to nist, fı> jareli, tu prut to great trouble or distress. ভাজন, কদ, স, { অং তজ্ঞ, কানে পক 74) 961 für the act of lry- ing', dc. ভাজতী, } স. শ. ভাজিব জ ব ভজ। ভাজনী, কাৰ্য কৰা তিৰোতা, ama) who fries, &r. ভাজী, স, শ. { হিং. . ভাজী, ভজ। বস্তু) ভজা শাক আদি, fril vegetables. ভাটী, স. শ. { হিং, ভা, নৈৰ নাম ভাগ) নৈৰ নাম ভগ, দেশৰ পশ্চিম দিশ, the lower part of a river, down struant, the western part of a country. ভাটাবেল, স. শ. আবেলি, অপৰাঃ, the afternoon. ভাণ্ড, স. শ, {সং. ভণ্ড : ভণ, শব্দ কৰ} মাটিৰ বা ধাতু পাত্ৰ, a vessel, a pot, &c. ভা, স. ধ( সং. ভট, বঞ্চন। ক) ফাঁকি দি, ছল, বঞ্চনা কৰ ( প্ৰায়ে পদ্যত ), to deceive, to cheat. ভাওক, স. শ. (সং. উট, বঞ্চ, অ, ভণ্ড, বঞ্চক ) ছলোতা, ভণ্ডন কৰোতা, sety foršul, a deceitful man, a swindler, ভাণ্ডনা, স. প. ছলনা, প্ৰৰণা, বঞ্চনা, wife, deception, cheating. ভা, স. শ. (সৎ, ভক্ত, সিদ্ধ চাউল) সিজোৱা চাউল, boiledrice,

ভাতী, স. শ. {সং. ভন্তী, ধাতু-গঢ়া শালৰ

জুই জলোৱা যতন) ধাতুৰ কাম কৰা শালৰ জুইত বতাহ লগোৱা ছালৰ যতন, smith's hellows, ভাতৃ, স, শ. {স, ভ্ৰাতৃ, ভাই) ককাই বা ste, an eller «r younger brother, ভা-কাপৰীয়া, বি. ধনৰ সলনি ভাত আৰু Fortunata 6472!, serving for fool und rainskent. ভাকেৰেল, স, শ. তিতা গুণ নথকা কেবেল। জাতিৰ এবিধ ফল; তাৰ লতা, tlace fruit euf :t kind of cucurbitacus plant, the plant itself. ভা-ঘিলা, স. শ. ঘিলাৰ দৰে ডাঙ্গৰ ছেই 471 468 515, a kind of tree. তা-তিতা, স. শ. এবিধ মানুহে খেৰ। তিত। eft: 017 95, a kind of calible lit. tor seed, the plant producing it. ভাই-ভাবী, বি. ভাতৰ ভাৰ বোৱা, খাব মাথোন পৰ, কাম কৰিব নজনা, e, skilful, worthless (as a person). ভাদ, স. শ. { সং. ভাদ্ৰ, হি. ভাদো, এটা মাছ } পঞ্চম মহ, 1ht fifti muji, August September ভাদমহীয়া, বি. ভাদ মাহ সম্বন্ধীয় বা ভাদত Test, relating to or produced in Bhadra. ভানু, স. শ. (সং, ভানুভা, প্ৰকাশ কৰ } ÚT, thu Sun. ভানুমতী, স, শ, বিক্ৰমাদিত্য বজাৰ ভাৰ্যাৰ y, the name of the wife of }}}/aulatditat৫. ভপি, স, শ, (সং. বাষ্প, তাপৰ দ্বাৰা ধোৱাৰ দৰে লঘু হোৱা পানী) তাপৰ দ্বাৰা পাতল হৈ ধোৱাৰ দৰে উড়ি যো জুলীয়া বস্তু; যেনে, তপত পানীৰ ভাপ উঠিছে; অলপ ভাপ, আঁতৰত থকা তপত বস্তুৰ পৰা অহা অলপয়া তাপ; যেনে, জুইৰ ভাপ লাগিছে, steam, vapor. ,