পৃষ্ঠা:হেমকোষ.pdf/৭৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ 1 লুকা, } স. শ. (বং ভালুকাশ, উলুকা-বাঁহ, এবিধ বহ। খুটা আদি কৰা এবিধ ডোঙ্গৰ বাঁহ, a kind of bamboo, Bambusa Balcoon. (Haughton). ভউলীয়া, বি. ( তৎ. ভভল, বৰকৈ কপ। কোৱাৰ শব্দ দুৰহুৰীয়া, আলাপ, পেটৰ কথা ভাঙ্গি কোৱা, ভভঙ্গীয়; যেন, ভভলীয়া মানুহে সকলো কথা আগাতে I, (utspoken, unreserved, bluff. ভক্, স, শ. (সং. ভল্লুক-ভল্ল, পড়া বা বধ ক) এবিধ হিংসক জন্তু, ভাল্লুক, a lear. জগত, পৃথিবী; সদাশিৱ, the world, Siva. উৰ-সাগৰু, স, শ,। স’, ভৰসাগৰভৰ, সংসাৰ+ সাগৰ, সমুদ; বৰ ডাঙ্গৰ আৰু সাগৰৰ চোৰ দৰে ইয়াত অনেক ব্যাপদ বা কষ্ট হয়, এতেকে এই সংসাৰৰূপ 9499, the ocean of worldly affairs. ভৱানী, স. শ. (সং. ভৱানী-ভৱ, শিৱ। শিৱৰ ভাৰ্য্যা দুৰ্গাপাৰ্বতী, a none of Durga. উৰ্ণৰ, ( সৎ, ভৱাৰ্ণৱ-ভৰ, সংসাৰ + তাৰ, সাগৰ } ‘ভৱসাগৰ' চোৱা। ভৱিতব্য, বি. (সং ভৰিতৱ--, } গলৈ হৰ লগ।; যেনে, ভৱিবা কপ। অৱশ্যে PT, what is to take place in the future. স, শ. আগলৈ হব লগীয় ঘটনা; যেনে, ভবিতব্যৰ কথা কোনে $that which is to happen in the future. ভৱিষ্যতু, বি. (সং. ভৱিষা-ভূ, হ) অগলৈ হব লগা; যেনে, ভবিষ্যত কথা কেৱে CYC, what is to be in the future. স, শ, আগলৈ যি কাল আহিব, বৰ্তমানৰ পাচৰ কাল, the future. গুম্ম, স, শ, {স ভক্ষন-ভস্, দীপ্তি ক) ছাই, ashes, ভস্মীকৃত, বি. (সং. ভস্মীকৃতভস্ম, ছাই +ভ, ক) ছাই কৰা, সমুলি পোৰা, reduced to ashes. উম্মীত, বি. (সং. ভস্মীভূত-ভস্ম, ছাই + ভুত, হোৱ} ছাই হোৱা; সমূলি নষ্ট, stauta, reduced to ashes, totally destryed . উ, দ, ধ, { সৎ ভক্ষু খা) খ, ভোজন কৰ; যেনে, “গৰুড়ে ভক্ষিলে নত সপ অজগৰ।" to eat. . ভক্ষক, স. শ, ( স’, ভক্ষক Kuldhar Rabha (talk)ভক্ষু, } খাওঁত. one who cats. . ভক্ষণ, কদ, বি. ভোজন কৰা কাৰ্য্য, the act of eating . ভক্ষণীয়, দ, বি, খাৰ পোৱা, খাৰ গা, eatable, অক্ষি, ব. বি. খাৰ। ভোজন কৰ, teateri. ভক্ষ, বি. (স.) ভক্ষ, ওব পোৱা, eatable. *. *. *, ant datable thing. উক্ষাভক্ষ, স, শ, স. } পথ পোৰা 15 a 1719, catables and the TYYP'St. ভাই, স. শ. (সং. প্ৰাতৃ, অনুজ। একে পিতৃৰ বঃ মাহৰ পৰা আপোনাকৈ পাচে পঞ্জা ব, কনিষ্ট; দদাই মোমই আদিৰ আপোনাকৈ সৰু পুতেক, a vofinger brother ar cauriu. ভাইপো, স. শ. “পাভাই চোৱা। ভাই-বোৱাৰী, স. শ. ভাইৰ ঘৈণীয়েক, the wife of a younger brother. ভঃ, স. শ. {স ভাৱ, অৱস্থা ) কোন কাৰ্য কৰিবৰ প্ৰকাৰ; যেনে, “নেক্সানো পূজাৰ ভাও।” আনৰ কথাৰ বা কাৰ্যৰ অনুকৰণ; যেনে, নাটকত নানা লোকৰ ভাও লায়, অঙ্গ ভঙ্গি, the mode of doing anything, imitation of the manners of another, a gesture. ভাও স্লো, বাদী কৰ, মিছাকৈয়ে পীড়া হোৱা crat copery, to feign a bodily pain. তাও দেখা, আমোদৰ কাৰণ আনৰ অনুকৰণ কৰ, to mimic. ভাও ধৰ, বাদী কৰ, পড়াৰ ফুল ফৰ, to feiga sickness, &c. .