পৃষ্ঠা:হেমকোষ.pdf/৭২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেলি-ফুল। ৭০০ বেহানি দুবেলি গল; পলম; যেনে, এই ভাত caraffa, time, the sun, a tu, clar. বৈলি-ফুল, স. শ. সূৰ্য্যৰ ফাললৈ মুখ কৰি থকা এবিধ হালধীয়া ফুল; তাৰ গছ, the sun-llower, its shruls. বৈলিয়ে-পতি, ক্ৰি. বি. প্ৰতি বাৰত, every time. বেলেগ, বি. { হিং, বে, নোহোৱা+ অং. লগ, সঙ্গ } একে লগে নথকা বা একে লগৰ নোহোৱ, পৃথক, +3aate, বেলেগীয়া, বি. বেলেগ হোj, একে লগে নথক, পৃথকান্ন; আতৰ সম্বন্ধীয়া; যেনে, ccarela crè, separated, living separately, not living in comment- sality. বেলেগা. স. , পৃথক কৰ, আতৰ কবু, fo separate, to keep a part. বেলেগে, ক্ৰি. বি. পৃথকে, একে লগ নহৈ; যেনে, সি বেলেগে থাকে; একে লগ নকৰি, মিহলি নকৰাকৈ; যেনে, জহা- মবোৰ বেলেগে থবি, separately, apari. বেলোৰ,। . শ. { বাং. বিলৌৰ, কাচ) বেলো, কাচ, এবিধ ফটফটায়া বস্তু, তাৰ পানী খোৰ! পাত্ৰ আদি অনেক মজুলি কৰা যায়, glass. বেলোৱাৰী, বি, (যাং. বিলৌৰী) বেলেৰৰ, বেলোৰেৰে সজা, naat (f glass. বেলফৈ, স. *. জলফাই টেঙ্গা, an olist, বৈশ, স. শ. (সং. ৱেশ-বিশ, সোমা কাপোৰ অলঙ্কাৰ আদি পিন্ধাৰ পৰা হোৱা আকৃতি বা গঢ়; যেন, কুবেশ, সুবেশ, তাৰ বেশটে। চোৱা; বুন, সাজ; যেনে, বামে সন্ন্যাসীৰ বেশ লৈছে, guise, dress. বৈশ, অ, অব, কোনো এক বেশ লৈ বা ধৰি, কোনো এক শ্ৰেণীৰ মানুহৰ দৰে কাপোৰ আদি পিন্ধি; যেনে, সন্ন্যাসীৰ বেশে, ভিক্ষুকৰ বেশে, in a particulaur quise or dresti, বৈশ-বিঙ্গা, স. শ. (সং. ৰেশবিন্যাস-ৱেশ, সাঞ্জ + বিন্যাস, উচিত ঠাইত স্থাপন, যত যি বস্তু যেনেকৈ পিন্ধিব লাগে, তাত সেইৰূপে পিন্ধন) কাপোৰ অলঙ্কাৰ আদিৰ পৰিধান, ধুন-পেঁচ, ceolation of the botty. বৈশ্য, স. শ. ( স. ৱেশ্যাৱেশ, ধুন; ধন মাৰে, এতেকে ) নটী, ৰাজহী তিৰী, a prostitute বেশগমন, স. শ. ( স’, বেশ্যমন---- ৱেশ্য + গমন, গতি, বেশ্যাৰ গুৰিলৈ যান) বেশ্যাৰে সৈতে সহবাস, নটাৰে সৈতে খোৱা লো, vloredoy of sexual intercourse with a prostitute. বেশলিৰ, স. শ. {.. বেশ্যালয়--বেশ্য +আলয়, ঘৰবেশৰ ঘৰ, liote hous. বেশ্যালি, ও. শ. (সং. ৱেশ্য, ঐ) বেশ্যাৰ বৱিসায় বা আচৰণ; যেনে, বেশ্যালি

    • fcat, lilustitution.

বেষ্ট, কদ, স. { সং. ৰেষ্টন--ৰেষ্ট, বেৰ বা আবিৰণ কৰ)বে বা অবিৰণ কৰা কাৰ্য্য; যেনে, শক্ৰৱে নাৰ বেষ্টন কৰিছে, the

  1. t to surrouxiling. স. শ. চাৰিও

সালে দিয়া বেৰ বা আবৰণ; যেনে, টাটী arata cacat, un cuclosure, a fence,

1 wrapper, covering:

বেষ্ট-ৰৈখ), স. শ. (সং, বেষ্টন, বেৰণ+ৰেখা, আঁক) লেখাৰ মাজত কোনো কথাৰ অৰ্থ আদি বুজাৰৰ কাৰণ লিখা কথাৰ আগত আৰু পাচত দিয়া বেক। আঁক; যেনে, {{}}, Israckets or inarks of parenthesis. বেষ্টিত, কুৰ. বি. (সং. } আবৃত, চাবিও 27 (471, surrounded, enclosed. বেহা, স. শ. {সং. ৱাৱসায়, কাৰ্য) বাণিজ্য, বেপাৰ, tracle, coungree. অ, ধা- বেগ বা বেপাৰ কৰ; যেনে, বিদেশ মানুহে আৰামত বেহাইছে, to trade. বেহানি, স. শ. (অং বেহাঁ, বেপাৰ+নি, লৈ য; বেপাৰৰ দ্বাৰা আৰু পোৱা যায়, একেকে) বেপাৰৰ বস্তু; যেনে, বিদেশ