পৃষ্ঠা:হেমকোষ.pdf/৭০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিম ৩৭৮ বিয়ন মন, বিপ্লব, ভগন, শত্ৰুৱে দেশ আক্ৰমণ কৰাত, হোৱা হুলস্থূল; যেনে, মানৰ বিভ্ৰাট; দেশ জোৰ আপদ, a great conmotion caused by the attack on a country by an enemy, a great calamity. বিম, বি. (অ. বি, নথকা+মত, বাঞ্ছা) অসন্মত, অমান্তি; যেনে, সি এই কথাত fare, unwilling, disagreeing. 4. *. অমিত, অসন্মতি; যেনে, তাৰ মত বিমত Goyancát, reluctance, imwillingners. বিম, বি. (সং. ৱিমন-বি, উপস, + চিত) বিমৰ্ষ, আনন্দহীন, মন মবা, sad, cheerless. বিমৰ্দন, কুদ, স, (সং. বিমৰ্দন--ৱি, উপস, + মৃদ, পিহ) পিহি গুড়ি কৰা কাৰ্য্য; বিনাশ; নাশ কৰোতা (পাচ ভাবত এটা সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, for-faatwal, the act of grinding, destrnetion, a destroyer. বিমৰ্ষ, বি. (সং. ৱিম-ৱি, উপস.+মু, সহন কৰ) বিমন, মন মৰা, আনন্দহীন, sad, cheerless. বিমল, বি. (সং. বিমল-- ৱি, নথকা মল, মলি) নিৰ্ম্মল, মলি না, নিকা, clean, elcar, pure. বিমাতা, স, শ, (সং. ৱিমাতৃ-বি, আনি বিমাতৃ, + মাতৃ, আই} সতিয়ৈ আই, মাহী-আই, a ste]}-1}{ther. বিমান, স. শ. {সং. বিমান---ৱি, উত্তমৰূপে + মা, পৰিমাণ কৰ) আকাশত উড়ি যাব আৰু ৰৈ থাকিব পৰা এবিধ দেৱতা- বিলাকৰ বাহন, {ar, a vehiele; especially the self-moving car or chariot of a god. (IIaughton). বিমুখ, বি. (সং. ৱিমুখ--বি, বিপৰীত + মুখ, বদন) পাচলৈ ৰা আন এফাললৈ মুখ কৰা; এতেকে, কাৰ্যলৈ আগ নবঢ়া, কাৰ্যত পাচ খেহকা; যেনে, দেশৰ হিত কৰাত বিমুখ নহবা; নিৰাশ কৰি ওলটাই পঠোৱা; যেনে, মগনিয়াৰক বিমুখ ন- pján. having the face turned behinci or away, not forward, sent rway disappointed. বিমুখে, কি বি. (সং. ৱিমুখ, পাচলৈ মুখ ক) পাচলৈ মুখ কৰি; আগত নথকাত, অসাক্ষাতত (লগনীয়া কথা কোৱাত খাটে); যেনে, বিমুখে কথা লগায়, with the face turned backward, lichind the back, in the absence of (sail of speaking ill of somcone). বিমূৰ্ছিত, বি. “মূৰ্জিত” চোৱা। বিশ, স. শ. { সং. বি, উপস.+মুশ, ভাবি চ) বিবেচনা, আলোচনা, চিন্তা, retle: tivu, deliberation. বিমোচ, কদ, স. (সং. বিমোচন-বি, উপস. + মোচন, মুক্তি) মুকলি কৰা কাৰ্য্য, মুক্তি; মুকলি কৰোতা, মুক্তি দিওঁত (পাচ ভাবত এটা সংজ্ঞা শব্দৰ পাছত পাকে); যেনে, পাপ-বিমোচন, disinikkal, liberation, redemption, release, emancipation, pavlo. (Haughton). বিমোৰ, বি. (অং, বি, নথকা + মোৰ, কোনো কথাৰ আগ গুৰি। কি কৰা উচিত বুজিব নোৱৰা, বিবুদ্ধি, উপায় নেদেখা, prerplexul, involved in luult or liticialty. স. শ. বিমোৰ হোৱা অৱস্থা; সেনে, তেওঁ বিমোৰত পৰিছে; কেণা, কাপোৰ বা কাঠীৰ বস্তু বোৱাত হোৱা 27, perplexity, a mistake made in weaviny or braidiny. বিশ্ব, স. শ. (সং. ৱিম্ব—ৰি, দীপ্তি ক) পানী বা আছিত ওলোৱা কোনো বস্তুৰ আকৃতি; কোৱা ভাতুৰী, reflected image, the fruit of tlie momorilica monadelphit. বি-ফল, স. শ. কোৱা ভাতুৰী, the fruit of the monorlici mowadelpha. বিস্বাশবদে, ক্ৰি. বি. দুপ দুপ কৰে, বৰ বেগেৰে (শৰি যোৱাত খাটে , very sswiftly. . বিয়, স. শ. (বং বিয়ন, প্ৰসৰ) সন্তান al