পৃষ্ঠা:হেমকোষ.pdf/৬৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বায়ুবেগে। বাৰুণী।

chondriac, affected with yoneral debility. বায়ু-বেগে, ক্ৰি. বি. (সং. বায়ুৱেগেন। বায়ুৰ নিচিনা বেগেৰে, অতি শীঘ্ৰে, very swiftly. . বায়ুৱা, বি, বায়ুৰুগীয়া, বিকৃত বায়ুৰ পৰা কষ্ট পোবা, hypocluontriae, affected with general debility: . বাৰ, স. শ. { অং, বেৰ, আবৰণ কৰ } ঘৰৰ চাৰিও ফালৰ বা মাজৰ কোঠালীৰ আবৰণ, toa mifs, the wall of a house, the side of a boat. বাৰ, স. শু. (সং. বাৰ-কৃ, পূজা কৰ; বাৰবিলাক গ্ৰহ, মানুহৰ পৰা পূজা পায়, এতেকে) সপ্তাহৰ এদিন; যেনে, দেও বাৰ; বেলি, কোনো এক কাৰ্য কৰা কাল; যেনে, সি এবাৰ আহিল, 8 day of the week, i time or occasion. বৰ, সংখ্যা. { সং. দ্বাদশ; হি, বাৰহ; ব? বাৰ, দুই আৰু দহ) দুই অধিক দহ, twelve. বাটা, স. শ. ( অং.. বাৰ, বেব) বাৰৰ তলত দিয়া চেপেটা কাঠ, a pinea of fat timber un which teel wall Tests. বাৰ, স. শ. {সং. ৱাৰণ-, ঢাকি ধ} বাধা, নিষেধ, হাক; হাতী, prohilpition, opposition, an clepliant. বাৰভজীয়, বি. (অং. বাৰ, দ্বাদশ + ভাজ, . বেক গুণঅনেক ভাজ থকা, crooked. বাৰমৰা, স. শ. (অ. বৰ, দ্বাদশ + নাত, উচ্চাৰণ কৰ; তানেক প্ৰকাৰে মতা যায়, এতেকে) স্বৰবিলাকেৰে সৈতে ব্যঞ্জন- বিলাক লগ লগাই মাতিবৰ প্ৰকাৰ, the mode of joining the vowels with the consonants. বামহীয়া, বি. { অং, বাৰ, দ্বাদশ+ মাই, দুই পয। বাৰ মাহ বা গোটেই বছৰ থকা; সদায় গুটি ধৰা; যেনে, বাৰ U bat, lasting or producing fruit throughout the year. বাৰম্বাৰ, কি, বি. (সং. ৱাৰবাৰ। অনেক বাৰ, ঘনে ঘনে, repeatedly. বাৰাঙ্গনা, স. শ. {সং. বৰ-বাৰ, বহু + অঙ্গন, স্ত্ৰী; অনেক পুৰুষৰ প্ৰী ) বেশ, ১৮iore. বাৰ শব্দৰ পাচত তিৰোতা বুজোৱা আন শব্দৰ বোগঙো সেই অৰ্থ হয়; ৰাৰনাৰী, ৰবনিতা, বাস্ত্ৰী ইত্যাদি। বাৰ্সী, স. শ. (সং. বাৰাণী, বাণা আৰু অসী দুখনি নৈৰ মাজত আছে, এতেকে) কাশী, tlic city of Butuares. বাৰি, স. শ. (সং- ৰূ, ঢাকি ধৰ) জল, sat, water. বাৰিক, স. শ. গাৱৰ টেকেলা, ৰাজহুৱা সবাহ আদিৰ নিমিত্তে পচা তেল খাদি কাম কৰিবলৈ গাবিলাকে পত। বিষয়। ( অপ্ৰচলিত ), a villag offic. বাৰিষা, স. শ. {সং. ৰবিষ; হি. ৰখা, বৰষুণ হোৱা কাল। বৰ্ষা কাল, বৰকৈ বৰষুণ হোৰ। ঋতু, the rainy seatst). বাৰী, স. শ. (সং. ৱাটী, উপবন) ফুল বা ফলৰ গছ ৰোৱা ঠাই; যেনে, আম-বাৰী, ঘৰৰ চাৰিও ফালে গছু আদি থক মাটি, al garden, land containing trees, &c., around a dwelling-house. বাৰী-চোৱা, স. শ. (অ. বাবী + চোৱ, ৰখীয়) বাৰীত বন কৰোতা, বাৰীক আপভাল কৰি ৰাখে, a gardenct. বাৰু, বি. কিছু ভাল; যেনে, দৰটো বাৰু; কিছু উপশান্তি পোৱা, নৰিয়া কমা; যেনে, সি বাৰু হৈছে, retty good, somewhat recovered, a little better. বাৰু, ক্ৰি. বি. (সং. ৰূঢ়ং, শলগ মাত ) সন্মত হোৱা মাত; যেনে, তুমি আহিবা, { উৎ} বাৰু, very well. মাস্থ মানুহে কোৱা কথাত সম্প্ৰতি হওঁতে “ভাল” বোলা যায়; সমীয়া বা তলৰ মানুহৰ কথা হে “বাৰু” বুলি শলা- গিব পাৰি। বাৰুণ, স, শ, (সং. কণ—ণ, অলৰ 2