পৃষ্ঠা:হেমকোষ.pdf/৬৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাপতিসাহন বাম্ বাবা, পিতা) পিতা, বোপাই; এক শ্ৰেণীৰ শূদ্ৰ মহন্তৰ সম্বোধন, a father, a term used in addressiug a certain class of Sudra priests. বাপতিসাহন, স. শ. পৈতৃক বা বুপা বাপতিসাহোন, ককাৰ দিনৰ সম্পত্তি, al- cestral property. বাপতীয়া, বি. বোবায়ে অৰ্জ, পৈতৃক, paternal, ancestral. বাপা, স, শ, (অ. বাপ, পিতা) কম বয়সীয়া মানুহক বা লৰাক ডোঙ্গৰে 790907 701 Tie, a term of endear- ment used in addressing a boy or young haan, বৰ চেনেহেৰে তাত বা সৰু লৰাক বুজাবলৈ “বাপি” হয়। বাপ-দেও, স, শ, { অং. বাপা + দেও, মহাশয়) ডাঙ্গৰ লোকৰ সন্তানক মত to, a term used in addressing a son of a respectable man. বাপু, স. শু. (ব, বাপু, মৰমৰ মাত ) পণ্ডিত ব্ৰাহ্মণ বা পুৰোহিতক ম মাত, a term used in addressing a learned Braliman or priest. বাপুচাং, স, শ, খামৃতিবিলাকৰ পুৰোহিত 4572-77, a house built on a plat- forn in which the priest of the Khamis lives. বাপুটি, স. শ. বামুণৰ লৰাক মৰমেৰে মতা মাত; বাপাটি, a term bleed in affectionately addressing a looy, especially a Brahman's son. বাপু-দেউ, স. শ. { অং. বাপু, ব্ৰাহ্মণ + দেউ, ঐ) বামুণক সম্মানেৰে মতা মত, a term used in respectfully addressing a Brahman. বাপ-ভাই, স. শ. (অ. বাপ, বোপাই+ ভাই, ভ্ৰাতৃত্ব বংশ, ইষ্ট, মিত্ৰ আৰু একে সমাজৰ আন লোকবিলাক, relations, friends and associates collectively. ৰাৰ, স, শ, { যাৎ বাবত, কাৰণ ) আৱশ্যক, প্ৰয়োজন; যেনে, তালৈ যাবৰ বাৰ নাই; পদ, বিষয়; যেনে, তেওঁ শই- কীয়াৰ বাৰ পাইছে; মূল্য; যেনে, দই টকাৰ বাব দিছে; কৰ বা কাটল; যেনে, গুৰু ঘৰৰ বাব শোধাবই লাগে, nted, necessity, a post or office, value, worth, a tax, cess, &c. বা কাটু, কোনো বস্তুত আঁক কাটি চিন 27914 gi Cerer ata, to mark ly mak- ing a notch or notches, to keep account by cutting noteles, to SCOTC. বাবতি, স, শ, {স, ৱাৱকতা, অধিক কথন) বাদানুবাদ; বাচ্যাচি, oral controversy, contest. বাবৰি, স. শ. (সং. ৱৰী, এবিধ শাক এবিধ সুগন্ধি শাক, বাবৰি শাক, a kiul of potherly, a sort of basil. বা-বিচনী, স. শ. (অ. বা, বাহু + বিচনী, বা লোৱা সঁজুলি; তাৰ নিচিনা বহল আৰু চেপেটা, এতেকে) কান্ধৰ পাচ কালৰ বহল ভাগ; বাহুৰ মূল, কান্ধৰ মম ভাগ, the shoulderblade of scapula, the lower part of the shoulder, বা-বিৰিং, স. শ. {বং, বাবিড়) “বিৰিং” বাবে, আ. অব্য, (যাং, বাব; অং. বাব, কাৰণ } কাৰপে, নিমিত্তে; যেনে, কিলা- কিলিৰ বাবে দণ্ড হল; পৰিবৰ্ত্তে, মূলনি; যেনে, তাৰ বাবে তুমি যোৱা, on ae- Count of, instead of. বা, স. শ. শুকান মাটি, পানীৰ তল নোযোৱ মাটি; অৰ, পানী; যেনে, নাথান বামত উঠিল হি, dry land, land, not overflowed with water, shallow water. বি. পানীৰ তল নো- যোৱা, ওখ, পানীয়ে মুবুৰোৱা; যেনে, বাম মাটি, high, not inundated {said of land), বাম্, বি. (সং. কাম---া, গতি কৰ) বাওঁ, সেঁও কালৰ বিপৰীছ; যেনে, বাম পা;