পৃষ্ঠা:হেমকোষ.pdf/৬৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাগুলী। an egg having no vital principle, a bastard child বাও-তলী, স. শ. { অং. বাও, এবিধ ধান+ তলী, মাটি ) বাওধানৰ খেতি কৰা মাটি, land in which baod hair is culti- vatect. বাপিটা, স. শ. বৰকৈ কৰা কিল মাৰ, a severc beating. বাংপিটা দি, বৰকৈ কোবা বা কিলা, to strike severely, to give a thrash- ing. বাংশ, স. শ. ( সৎ, ৱাংশ--বংশ, বাহ) বাহ, a bamboo. (TTO) I বাইশী, স. শ. {সং, ব্ৰংশ, বাহ, বাহেৰে সজা যায়, এতেকে। বাঁহী, সুৰুলী, ৫ Hlute. (8 11 বাওঁ, বি. (সং. কাম, সেঁওৰ বিপৰীত) সেঁওফালৰ বিপৰীত, সেঁও ফালতকৈ আন; যেনে, বাওঁ হাত, left, opposite to the right. বাওঁকা, স. শ. (সং. ব্ৰঙ্ক, বেকা) ধানৰ ডাঙ্গৰি কঢ়িওৱা, দুই মূৰ জোঙ্গা, অলপ বেকা এচটা বাহ; শিকিয়াত ভৰি বস্তু নিয়া, ফলীয়া বাহৰ কণমাৰি, a piece of split bamboo with pointed ends used in carrying sheaves of paddy on the shoulder, a pole for carrying burdens on the shoulder in a cane ( or rope bag suspended from either end. বাওঁ, কৃ- স. (অৎ, বা, নাও আদি চলা ) হাল বা নাও চলাওঁ; বাদ্য কৰোতা, a plougher, a rower, a player on a musical instrument. বাওঁ-পৰ্কীয়া, বি. বাওঁফালে যু, reviolving to the left. বাওঁ-পাকে, ক্ৰি. বি. বাওঁ ফাললৈ পকাই; যেনে, বাওঁ-পাকে ঘুৰা, to the left (said of turning). বা-ফৰ্সীয়া, বি, বাওঁফালৰ, pertaining to the left side. বা। বাওঁ-হতীয়া, বি, বাওঁ হাতেৰে কাম কৰা, লেবে-হতীয়া; বাওঁ হাতৰ ফালে থকা, left-handed, placed on the left side. বা, স. শ. এবিধ পানীত থাকি মাছ catay yo, an evil spirit supposed to abide in water and to cat fish. বাকী, বাকী চোৱা। বাঁকোহ, স. বা. আঁচুৰি ক্ষত কৰ, to scratch. বাজ, স. শ. গাত আঁকবক থকা এবিধ het, a kind of snake. বাজী, “বজা’ চোৱা। বাটু, স. ধ. (সং. ৱন্ট; বং. বাটন; হিং. বান্ট না, ভাগ কৰ) ভাগ কৰ; ভগাই fu, to divide, to distribute, 4.7. বাঁ-টোতা; ( স্ত্ৰী } বাঁ-উত্ৰী। বাটু, স. শ. (বং, বট, অশ্বৰ শুন) জন্তুৰ স্তন; যেনে, গৰুৰ বাট, a tent. বাটন, কৃদ স. বাটি বা ভগাই দিয়া কাৰ্য্য, the act of dividing or distributing. বাতি, স. শ. (স. ৱান্তি, মুখে দি উলিওৱা বস্তু) পেটৰ পৰা মুখে দি উলিওৱা বস্তু, বান্ত, vomit. বাৰী, স. শ. (স. ৰণ্ডা; বং, ৰাড়ী, বিধৱা) বিধৱা, স্বামী মৰা তিৰোতা, a widtow, বাঁহ, স, শ, (সং, ৱাংশ; বং, বাঁশ) এবিধ ফোপোলা গাঁঠিযুক্ত গছ, a bamboo. বাহনি, স. শ. বাহ-বাৰী, বাঁহৰ হাবি, a bamboo grove. | বাহী, স. শ. (সং. ব্লাশী; বংশী, মুৰুলী) এবিধ, বিন্ধাযুক্ত মুখেৰে বজোৱা গোটা বাঁহৰ বাদ্য, মুৰুলী। বাঁ-গাছ, স. শ. (অং. বাহ+ গাজ, অঙ্কুৰ ) বাহৰ গুৰিৰ পৰা ওলোৱা অঙ্কুৰ বা ' surfa, a bamboo sprout. বাহুপতীয়া, বি. বাঁহ পাতৰ গঢ়ৰ, resem bling a bamboo lcaf. বাঁহপাৰ্তী, স, শ, এবিধ বাঁহ-পাতৰ দৰে চেপেটা সৰু মাছ, ৯ kind of small fish, ৰাক, স. শ. সং• বাক্য, বচন বাক, বচন,