পৃষ্ঠা:হেমকোষ.pdf/৬৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰেতাকা ঐ + পতি, গৰাকী) যম-ৰজা, Yama, the regent of death. প্ৰেকাৰ, বি. (সং. প্ৰকাৰ-প্ৰেত, ভূত + আকাৰ, গঢ় ) ভূতৰ নিচিনা, কুপ, ghastly, very ugly. প্ৰেম্, স. শ. { স”, প্ৰেম—প্ৰ, প্ৰিয় + ইমন, প্ৰত্যয়) স্নেহ, মম, প্ৰীতি, love, affection. প্ৰম-পূ, বি. (সং, প্ৰেমপূৰ্ণ --প্ৰেম, প্ৰেম-পূৰ্ণ,। ঐ + পূৰ্ণ, পূৰ প্ৰেমোৰ পূৰ, বৰকৈ প্ৰেম কৰা বা মৰম লগোৰা, full of love, affectionate. প্ৰেম, বি. প্ৰেমযুক্ত, মৰমিয়াল, aftee- tionate, loving প্ৰেম-সূত্ৰ, স { স. প্ৰেমত্ৰ--- (প্ৰ-সূত্ৰ, প্ৰেম, ঐ+সুত্ৰ, জৰী) প্ৰতি জৰী, মৰমৰ বান্ধ , the bond of love. . প্ৰেমাগি, স. শ. {স, প্ৰেমাগ্নিপ্ৰেম, ঐ+ অগ্নি, জুই) মৰমৰ জুই, জ্বলন্ত প্ৰেম, ডাঙ্গৰ প্ৰতি (মতা-নিৰোৰ প্ৰেমত CG), the flame of love. প্ৰমালা, স, শ, স. প্ৰেমালাপ–প্ৰেম, ঐ +আলাপ, কথোপকথন) মত। তিৰোতা বা সুজন বন্ধুৰে প্ৰীতিৰে কৰা কথোপকথন, প্ৰেম বঢ়োৱা আলা, friendly talk, loving conversation between friends or a husband and wife or a lover and swcetlieaxt. প্ৰমাসক্ত, বি. (সং, প্ৰেমাসক্ত~-প্ৰেম, ঐ+ আসক্ত, ৰত) প্ৰেমত ৰত, প্ৰীতি অনুৰক্ত, যাক মৰম কৰা যায় তেওঁৰ মৰম পাবলৈ ব্যাগ, affectionately loving and seeking to be loved in return, affectionately attached to a le- loved person . প্ৰেমাস্পদ, বি. (স. প্ৰেমাস্পদ—প্ৰেম, ঐ + আম্পদ, বিষয়) প্ৰিয়, মৰমৰ, beloved, dear. 4. *. fery sro, beloved person. প্ৰণু, কদ, স. {সং, প্ৰেৰণ-প্ৰ, উপস. + ঈ, গতি ক) পঠোৱা কাৰ্য, the act of sending. প্ৰৰিত্, কদ, বি. (স.) পঠোৱা, sent.. প্ৰৌঢ়া, বি. (সং, প্ৰৌঢ়া---প্ৰ, উপস:+ উড়া, বয়সীয়া দশ-ডাঙ্গৰ হোৱ, সম্পূৰ্ণ 23* C (a), full-grown. (Fem.). প্ৰোঢ়ী, বি. প্ৰকাশিত বাক্ত, সকলোৱে জনা; যেনে, গুপ্ত কথা প্ৰৌঢ়ী হল, published, noised abroad. প্ৰক্ষদ্বীপ, স. শ. (সং. প্লক্ষদ্বীপ—প্লক্ষ, জৰি গছ+ দ্বীপ, মাজুলি ) সাত দ্বীপৰ এক দ্বীপ (ভাত জবি গছ অধিক , one of the seven divisions of the world. প্লাৱিত, কদ, বি. (সং. প্লাবিত, গতি ক) পানীৰে তল যোৱা, পানীৰে পূৰ osta, inunateed, submergedl. প্লীহা, স. শ. (সং. প্লীহা-প্লিহ, ডাঙ্গৰ হ। মানুহৰ বুকত থকা পৰি খাপৰি বঢ়া cast, the spleen, enlargement of the spleen. . ফ, ব্যঞ্জনাবিলাকৰ বাইশ সংখ্যাৰ আখৰ, the twenty-second letter of the consonants, ফ, স. শ. লেজু, ডাঙ্গৰ ডোল, a thick rape, a cable. ফইদা, স. শ. আয়ম, তেম, ফষ্টি, vanity, pomp, show of greatness. ইদা, স. শ. { যা. ফাইদা } লাভ, gain, profit. ফঁহিয়া, স, ধা. (হিং. দকিয়া, একলা ) এচকলা যেন ক, অৰ্থাৎ পাতলকৈ ফাল, to split into strips. . ফকৰা, স. শ. (যাং. ফিকৰা, এফাকি কথা ) নীতি শিকোৱা বা কোনো কথাৰ উদাহৰণ বা দৃষ্টান্ত দেখোৱা দুই বা অধিক ফঁকি কথা; যেনে, “ঠাই দিবৰ গুণ, টপটপি 7," an adage, a maxim, &o. ফকৰা, স, শ. (সং. ফকিকা, ফাকি) বঞ্চনা কৰিবৰ মন্ত্ৰণা, কুমণ, an intriguer